মুখ্য-পৃষ্ঠা

Air India Flights: ৰক্ষণাবেক্ষণ, বেয়া বতৰ, আকাশমাৰ্গ বন্ধ! বিভিন্ন কাৰণত এয়াৰ ইণ্ডিয়াৰ বহু বিমান বাতিল

এয়াৰ ইণ্ডিয়াই বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ আগত দুখ প্ৰকাশ কৰিছে। বিমান সংস্থাটোৱে জনাইছে যে বাতিলৰ বাবে যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব।(Air India Flights)

Astro Tips: যিমান বিপদ হ’লেও বিক্ৰী নকৰিব এইসমূহ বস্তু, দেৱী লক্ষ্মী চিৰদিনৰ অসন্তুষ্টি হৈ পৰে!

দান দিয়াৰ নিয়ম ধৰ্ম শাস্ত্ৰত উল্লেখ আছে আৰু কোনবোৰ বস্তু বিনামূলীয়াকৈ দিব নালাগে(Astro Tips) সেই বিষয়েও উল্লেখ আছে।

Heart Attack: মহিলাতকৈ পুৰুষৰ কিয় বেছি হয় হাৰ্ট এটেক, হৰম’নৰ বাবে নে অভ্যাস ? প্ৰকৃত কাৰণ জানি লওক…

বিশ্বজুৰি মৃত্যুৰ প্ৰধান কাৰণ হৈ পৰিছে হৃদৰোগ। (Heart Attack) হৃদৰোগৰ আশংকা আটাইতকৈ বেছি পুৰুষৰ। কেৱল এয়াই নহয়, যুৱক-যুৱতীৰ ক্ষেত্ৰতো হাৰ্ট এটেক অতি সাধাৰণ।

Bishnu Rabha Divas 2025: আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

২০ জুন,আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ৰাজ্যজুৰি কলাগুৰুক স্মৰণ।(Bishnu Rabha Divas 2025)

Chirang Liquor News: চিৰাঙত অবৈধ সুৰা কাৰখানা ধ্বংস কৰিলে আবকাৰী বিভাগে, একাধিক লোকক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ ৰুণীখাটা থানাৰ(Chirang Liquor News)অন্তৰ্গত শান্তিপুৰ খাগ্ৰাবাৰীত অবৈধ সুৰা অভিযানৰ ওপৰত এক বৃহৎ অভিযান চলায় অসমৰ আবকাৰী বিভাগে।

Popular