মুখ্য-পৃষ্ঠা

Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Gaza Attack)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷

Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ।(Modi-Trump Phone Call)

Iran Attack israel: ইজৰাইলৰ ওপৰত ইৰানৰ ভয়ংকৰ আক্ৰমণ

‘ইৰানৰ হাতত ভাল অস্ত্ৰ-শস্ত্ৰ আছে যদিও আমেৰিকাৰ লগত তুলনা নহয়।’ পুনৰবাৰ ইৰানক সকীয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।(Iran Attack israel)

Sleeping Early: ৰাতি সোনকালে কিয় শুব লাগে? স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব জানি লওক

আমি ইংৰাজীত(Sleeping Early)এটা কথা শুনিছো, "Early to bed and early to rise, makes a man healthy, wealthy, and wise"। কিয় এই কথাষাৰ কোৱা হৈছে, জানো আহক।

Astro tips: ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ এই সমূহ কাম কৰক বুধবাৰে !

বুধবাৰে ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ বিশেষভাৱে পূজা কৰক। (Astro tips)বুধবাৰটো ভগৱান গণেশৰ বাবে উৎসৰ্গা কৰা হৈছে। এনে পৰিস্থিতিত এই দিনটোত তেওঁক পূজা কৰিলে কেৰিয়াৰত সফলতা, ব্যৱসায়ত লাভ হয়।

Popular