মুখ্য-পৃষ্ঠা

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৬৫ সংখ্যক শিক্ষক দিৱস পালন

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো ৬৫ সংখ্যক শিক্ষক দিৱস উলহ-মালহেৰে পালন কৰা হয়।

যোৰহাটৰ বিধায়কৰ মহৎ কামঃ ব্যক্তিগত ১ লাখ টকা প্ৰদান এখন জৰাজীৰ্ণ বিদ্যালয়লৈ

যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী মহানুভৱতা। নিজৰ ব্যক্তিগত জমা ধন পৰা ১ লাখ টকা প্ৰদান কৰে এখন জৰাজীৰ্ণ বিদ্যালয়লৈ।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চাকৰিয়াল লোকৰ আত্মীয়ৰ বাবে ভাল খবৰঃ দৰমহা একাউণ্টৰ অধীনত বীমাৰ ১ কোটি টকা লাভ কৰিলে ঢকুৱাখনাৰ মৃত শিক্ষকৰ পৰিয়ালে

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চাকৰিয়াল লোকৰ আত্মীয়ৰ বাবে ভাল খবৰঃ দৰমহা একাউণ্টৰ অধীনত বীমাৰ ১ কোটি টকা লাভ কৰিলে ঢকুৱাখনাৰ মৃত শিক্ষকৰ পৰিয়ালে

আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে

আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে। বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছে ৰংপুৰ-শিৱসাগৰক।

কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন

কটন বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ জন্মাষ্টমী উদযাপন। শিক্ষক-শিক্ষয়িত্ৰী, বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।

Popular