মুখ্য-পৃষ্ঠা

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ? আপুনি জানে আম্বানী, আদানীৰ কথা; বাকী তিনিজন কোন?

যেতিয়া ভাৰতৰ উদ্যোগপতি বা দেশৰ ধনী মানুহৰ বিষয়ে( 5 richest people in India) আলোচনা হয়, তেতিয়া দুটা নাম আহি পৰে।

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৱে উন্মোচিত হৈছে ন ন তথ্য ! পোহৰলৈ আহিছে নতুন কাহিনী

নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ।

Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক্সন কৰ্ণাটক চৰকাৰৰ। RCBৰ শীৰ্ষ বিষয়াসহ মুঠ ৪ গৰাকীক গ্ৰেপ্তাৰ।(RCB marketing head arrested)

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ(Kaliabor News)

Popular