মুখ্য-পৃষ্ঠা

Dhakuakhana News: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ‘পৰিৱেশৰ বাবে এদিন’ কাৰ্যসূচী সম্পন্ন

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Dhakuakhana News) বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক দিনজোৰা কাৰ্যসূচীৰে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে পৰিৱেশৰ বাবে এদিন শীৰ্ষক কাৰ্যসূচী সম্পন্ন হয়।

World Environment Day: নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ বিশ্ব পৰিবেশ দিৱস পালন

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নাৰেংগী আঞ্চলিক(World Environment Day) মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ গোটে পৰিৱেশ সচেতনতাৰ প্ৰচাৰৰ উদ্দেশ্যে এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে।

Guwahati News: উদয়াস্ত আলিবাটৰ উদ্যোগত ভাস্কৰ নগৰৰ কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা, ড০ মঞ্জুলা গোস্বামীৰ চিন্তা সকলোৰে‌ বাবে পাথেয়: দীপক শৰ্মা

উদয়াস্ত আলিবাট অসম(Guwahati News)ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰয়াত শিশিৰ গোস্বামীৰ পবিত্ৰ সোঁৱৰণত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক কালি বিয়লি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

Virat Kohli Sister: বিৰাট কোহলীৰ ভগ্নীৰ সৈতে কেনে সম্পৰ্ক অনুষ্কাৰ, কিয় ট্ৰ’লৰ সন্মুখীন বিৰাটৰ ভগ্নী ?

আই পি এল ২০২৫ত জয়ী হোৱাৰ পাছত(Virat Kohli Sister)বিৰাট কোহলীৰ ভগ্নী ভৱণাই এটা অতি আৱেগিক পোষ্ট লিখিছিল যদিও ভাই-ভগ্নীৰ সম্পৰ্কক লৈ একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে।

World Environment Day 2025: আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো পালন পৰিৱেশ দিৱস।(World Environment Day 2025) ৰাজ্যৰ স্কুল-কলেজ, দল-সংগঠন, অন্যান্য প্ৰতিষ্ঠান সমূহৰ লগতে চৰকাৰীভাৱে পালন কৰা হৈছে পৰিৱেশ দিৱস।

Popular