মুখ্য-পৃষ্ঠা

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত হাত কঁপে?

শৰীৰত ভিটামিনৰ অভাৱ হ’লে কিছুমান লক্ষণ দেখা যায়। এনে পৰিস্থিতিত এই লক্ষণবোৰক আওকাণ কৰা উচিত নহয়। কোনটো ভিটামিনৰ অভাৱৰ বাবে হাত কঁপিবলৈ আৰম্ভ কৰে জানো আহক।(Vitamin)

Teddy Day: আজি ‘টেডী ডে’, টেডি বিয়েৰৰ ৰঙৰ অৰ্থ জানি লওক

ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে' হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী, প্ৰেমিক-ভাই-ভনী আনকি ওচৰ-চুবুৰীয়াৰ লগতো এই দিৱস পালন কৰিব পাৰে।(Teddy Day)

Barsha Rani Bishaya: কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই

কন্যাৰ নাম ৰাজহুৱা কৰিলে ভাস্কৰ-বৰষাই।(Barsha Rani Bishaya)২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল মৰম লগা কন্যা সন্তানে ।

Today Horoscope: কুম্ভ ৰাশিৰ লোকৰ সম্পত্তি বাঢ়িব, মিথুন ৰাশিৰ লোকে খৰখেদা নকৰিব, আজিৰ ৰাশিফল পঢ়ক !

গ্ৰহৰ গতিবিধিয়ে আপোনাৰ দিনটো অনুকূল বা প্ৰতিকূল কৰি তুলিব, আপোনাৰ দিনটো কেনেকৈ পৰিকল্পনা কৰিব, ১০ ফেব্ৰুৱাৰীৰ ৰাশিফল ​​পঢ়ক।(Today Horoscope)

N Biren Singh: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ

মণিপুৰৰ ৰাজনীতিত হঠাৎ পট পৰিৱৰ্তন।(N Biren Singh)মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল।

Popular