মুখ্য-পৃষ্ঠা

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন

Nazira Amolapatti । ঐতিৰ্যমণ্ডিত নাজিৰা আমোলাপট্টি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ , ব্যাখ্যানুষ্ঠানৰ আৰু ভাওনা প্ৰদৰ্শন

Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

২০ জানুৱাৰী, ২০২৫ : Asom Sahitya Sabha । অসম সাহিত্য সভাক লৈ চলি সকলো বাদ-বিবাদ, বিতৰ্কৰ অন্ত পেলাই আমি সভাক অধিক শক্তিশালী কৰি তুলিব লাগিব ৷ সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই আমি সকলো সহনশীল হ’ব লাগিব আৰু এৰা ধৰা কৰিব পাৰিব লাগিব ---এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ । কালি সন্ধিয়া মঙলদৈস্থিত দৰং জিলা সাহিত্য সভা প্ৰকল্পত আকস্মিকভাৱে উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক বৰাই।

Sanjay Roy: দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ৰ যাৱজ্জীৱন কাৰাদণ্ড!

দেশ কঁপোৱা আৰ জি কৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড দিলে আদালতে। শনিবাৰে আদালতে দোষী সাব্যস্ত কৰিছিল সঞ্জয় ৰয়ক।(Sanjay Roy)

Popular