মুখ্য-পৃষ্ঠা

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য।(Pakistan PM Shehbaz Sharif)

Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।

নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি। (Mintu Tamuli) মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি। (BJP)

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

১৮ মে’ত ৰাহু ট্ৰেনজিট কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ডেৰ বছৰৰ পিছত ঘটা ৰাহুৰ এই ট্ৰেনজিটে ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। কিন্তু ২টা ৰাশি আছে যাৰ ওপৰত ৰাহু সদায় দয়ালু হৈ থাকে কাৰণ জ্যোতিষত এইৰাশিক ৰাহুৰ প্ৰিয় ৰাশি বুলি গণ্য কৰা হয়। (Rahu Favorite Rashi)

Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা

আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনা সম্ভাৱনা। (Russia-Ukraine)যুদ্ধ বিৰতিয়েই হ'ব আলোচনাৰ লক্ষ্য। ইস্তানবুলত বহিব দুয়োদেশৰ ৰাজনৈতিক প্রতিনিধি ।

Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম

গজালি ওলোৱা বাদাম খালে বহু উপকাৰ হ’ব পাৰে। ওজন কমাবলৈ সহায় হ'ব, হজম শক্তি উন্নত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। পুষ্টি সমৃদ্ধ গজালি ওলোৱা বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, এন্টিঅক্সিডেন্ট থাকে।(Sprouted Peanuts)

Popular