মুখ্য-পৃষ্ঠা

Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা (Donald Trump) কৰিব বিচাৰিছে ড’নাল্ড ট্ৰাম্পে। কাটাৰৰ লুছাইল পেলেচত অনুষ্ঠিত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?

পাকিস্তানৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰ সঁচাই নিৰাপদ নে ? 'অপাৰেচন সিন্দুৰ'ৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।(Rajnath Singh)

Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ

চীনে পুনৰ অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চলৰ(Arunachal Pradesh)নাম সলনি কৰিলে৷ চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিযোগে ভাৰতৰ ২৭টা স্থানক নতুন নাম প্ৰদান কৰিছে৷

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত(Bhargavastra)আছে এক বিশেষ অস্ত্ৰ৷ এইবাৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ‘ভাৰ্গবাস্ত্ৰ’ৰ সৃষ্টি কৰা হৈছে৷

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷(India blocks X accounts of Turkish, Chinese)

Popular