মুখ্য-পৃষ্ঠা

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

কর্ণেল ছ'ফিয়াক সন্ত্রাসবাদীৰ ভগ্নী আখ্যা বিজেপি মন্ত্ৰীৰ।(Minister Vijay Shah)কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ।মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

Balochistan: বেলুচিস্তানক লৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

'মূলতঃ হিন্দু পৰম্পৰাৰৰBalochistan ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম 'হিংলাজ মাতা' মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

অসম ৰাইফলছৰ আন এক সফল অভিযান, সংঘর্ষত নিহত ১০টা উগ্রপন্থী।(India-Myanmar border)মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত গুলীয়াগুলী হয় বুধবাৰে নিশা।

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

Popular