মুখ্য-পৃষ্ঠা

High Protein: কণী খোৱাৰ প্ৰয়োজন নাই, মচুৰ দাইল হৈছে প্ৰটিনৰ প্ৰকৃত উৎস !

প্ৰটিনৰ কথা আহিলে বেছিভাগ মানুহৰে মনলৈ প্ৰথমে আহে কণী, মাছ আৰু মাংসৰ কথা। কিন্তু নিৰামিষভোজীৰ বাবেও এটা দাইল আছে যিয়ে প্ৰটিনৰ ক্ষেত্ৰত কণী আৰু মাংসক পৰাস্ত কৰিব পাৰে।(High Protein)

Operation Sindoor: ‘অপাৰেচন সিন্দূৰ’ৰ দিনটোত জন্ম পোৱা এটি কন্যা শিশুৰ নাম ৰাখিলে ‘সিন্দূৰী’

‘অপাৰেচন সিন্দুৰ’ৰ সফলতাত সুখী সমগ্ৰ দেশ।(Operation Sindoor)সেই দিনটোতে বিহাৰৰ কাটিহাৰৰ এটা পৰিয়ালত এটি কন্যা সন্তান জন্ম হৈছিল, পৰিয়ালৰ লোকে কন্যা সন্তানটিৰ নাম ৰাখিলে সিন্দূৰী।

Rohit Sharma: ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ, কোনে নেতৃত্ব দিব দলক?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে অৱসৰ টীম ইণ্ডিয়াৰ অধিনায়কজনৰ। আই পি এলৰ মাজতে হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মাই। আই পি এল শেষ হ’লেই ইংলেণ্ডলৈ যাত্ৰা কৰিব ভাৰত। দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব।(Rohit Sharma)

Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !

সমগ্ৰ লাহোৰত চাইৰেন বাজিছে আৰু বন্ধ কৰি দিয়া হৈছে লাহোৰ বিমানবন্দৰ। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।(Lahore)

BLA Attack on PAK Army: পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ, ১৪ জন পাকিস্তানী সেনা জোৱানৰ মৃত্যু

পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ। IEDৰে উৰুৱাই দিলে পাকিস্তানী সেনাৰ বাহন। IEDৰ আক্ৰমণত নিহত পাক সেনাৰ ১৪ জনকা জোৱান।(BLA Attack on PAK Army)

Popular