মুখ্য-পৃষ্ঠা

Pakistani Celebrity Accounts Blocked: ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটি ইনষ্টাগ্রাম একাউন্ট

ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটিৰ INSTRAGRAM একাউন্ট।(Pakistani Celebrity Accounts Blocked)ভাৰতত নিষিদ্ধ বহু পাকিস্তানী চেলিব্ৰিটি ইনষ্টাগ্রাম একাউন্ট।পাকিস্তানী কণ্ঠশিল্পী আতিফ আছলামৰ ইনষ্টাগ্রাম একাউন্ট নিষিদ্ধ ভাৰতত।

Lucky Day: কোন দিনা জন্ম হোৱা সন্তান আটাইতকৈ ভাগ্যৱান?

সপ্তাহৰ প্ৰতিটো দিনৰ নিজস্ব তাৎপৰ্য আছে যদিও(Lucky Day)জ্যোতিষৰ মতে কিছুমান দিনত জন্ম হোৱা শিশুক ভাগ্যৱান বুলি গণ্য কৰা হয়।

Indian Airforce: অস্বস্তিত পাকিস্তান ! গংগা এক্সপ্ৰেছ ৱে’ত শক্তি প্ৰদৰ্শন ভাৰতৰ

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৎপৰ হৈছে ভাৰত। এক্সপ্ৰেছ ৱে’ত লেণ্ডিং যুদ্ধ বিমান। গংগা এক্সপ্ৰেছ বে'ত অৱতৰণ ৰাফেল, চুখয়, জাগুয়াৰ। দেশত প্ৰথমবাৰৰ বাবে নাইট লেণ্ডিং ড্রিল।(Indian Airforce)

Cyber Attack: ভাৰতে বিফল কৰিলে পাকিস্তানৰ চক্ৰান্ত, উত্তেজনাৰ মাজতে আন এক চাইবাৰ আক্ৰমণ বিফল

ভাৰতে বিফল কৰিলে(Cyber Attack)পাকিস্তানৰ অশুভ চক্ৰান্ত৷ শেহতীয়াকৈ পেহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়ো খন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতে পাকিস্তান ভিত্তিক হেকাৰ গোটে ভাৰতীয় ৱেবছাইটত অনুপ্ৰৱেশ কৰাৰ আন এক অপচেষ্টা সফলতাৰে বিফল কৰিছে।

কেৰালাত ৮,৮০০ কোটিটকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

কেৰালাত ৮,৮০০ কোটিটকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে । PM MODI

Popular