মুখ্য-পৃষ্ঠা

Sweets: প্ৰতিদিনে নহয়, কিন্তু মাজে সময়ে মিঠাই খাব! হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ এক নতুন কৌশল

আমি সকলোৱে ভাবো মিঠাই খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত এক আচৰিত ধৰণৰ প্ৰকাশ পাইছে। এই অধ্যয়নত দেখা গৈছে যে যদি আপুনি সঠিক পৰিমাণত আৰু উন্নতৰ মিঠাই খায় তেন্তে ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।(Sweets)

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

Popular