Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত
Read More...

কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশ, আজি BTRৰ মুৰব্বী হিচাপে শপত ল’ব প্ৰমোদ বড়োৱে

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷ BTRৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য হ'ব প্ৰমোদ বড়ো৷ কিয়নো এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা উন্নীত হৈছে
Read More...

কিছুসময়ৰ বাবে বিশ্বব্যাপী বিকল ইউটিউব, জিমেইলৰ সেৱা

অনলাইন ভিডিঅ' শ্বিভাৰিং প্লেটফৰ্ম ইউটিউব আৰু গুগল, বিনামূলীয়া ইমেইল সেৱা জিমেইল সোমবাৰে (১৪ ডিচেম্বৰ, ২০২০) বিশ্বব্যাপী ব্যৱহাৰকাৰীৰ বাবে কিছুসময়ৰ বাবে বিকল হৈ পৰিছিল । YouTubeDOWN, #Gmail আৰু #googledown এইসকলো টুইটাৰত Trending হৈ
Read More...

বিলাসীপাৰাত ট্ৰেক্টৰ দুৰ্ঘটনাত নিহত চালক, এগৰাকী আহত

বিলাসীপাৰা বেলতলীত ট্ৰেক্টৰ দুৰ্ঘটনাত ট্ৰেক্টৰ চালক নিহত,আন এগৰাকী গুৰুত্ব ভাৱে আহত ।উল্লেখ্য যে ট্ৰেক্টৰ খনত মাটি ভৰ্তি আছিল। মাটি ভৰ্তি থকা ট্ৰেক্কৰ খন চলাই থকা অৱস্থাতেই বাগৰী পৰাৰ ফলত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। চিকিৎসাৰ বাবে
Read More...

সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি…

আমাৰ অসম বৰদলনিৰ প্ৰতিবেদক,১৪ ডিচেম্বৰ: বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসমীয়া ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ গৱেষক,বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি ,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে | এক শোক
Read More...

কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ
Read More...

অসম কেবিনেটে চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, সংস্কৃত টোল বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

দেওবাৰে (১৩ ডিচেম্বৰ) মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিত্ব কৰা অসম কেবিনেটে ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাচা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাতোৱাৰীয়ে কয় যে
Read More...

বহু প্ৰতীক্ষাৰ অন্তত আজিৰ পৰা উপলব্ধ হ’ব কৰ’ণা ভেকচিন

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা মহামাৰীৰ প্ৰতিষেধকৰ বাবে অপেক্ষা কৰি আছিল বিশ্ববাসীয়ে। সকলো অপেক্ষাৰ অন্তত ব্ৰিটেন আৰু কানাডাৰ পাছতে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’ণাৰ প্ৰতিষেধক ফাইজাৰ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । আজিৰে পৰা
Read More...

ৰাজনাথ সিঙক সাক্ষাৎ কংগনা ৰানাৱটৰ, কিয় আশীৰ্বাদ বিচাৰিলে কংগনাই

জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা সাক্ষাৎৰ বিষয়ে টুইটাৰযোগে জনাই । তাৰকা গৰাকীয়ে দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ আগন্তক ছবি 'তেজাছ'ৰ বাবে আশীৰ্বাদ বিচাৰে । তেওঁৰ বহু
Read More...

“বিটিচিত পুনৰ হ’ব বিপিএফৰ চৰকাৰ” : হাগ্ৰামা,হৰ্ছ ট্ৰেডিঙৰ আশংকাত BJP-UPPL

হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ সন্মুখত কৰা এটা বক্তব্যই কঁপনি তুলিছে BJP-UPPLৰ ভিতৰচঁৰাত । হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকক কৈছিল যে, “বিটিচিত পুনৰ হ'ব বিপিএফৰ চৰকাৰ। ২২জন বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনৰ তালিকা লৈ চৰকাৰ গঠন কৰিম” ।
Read More...