মুখ্য-পৃষ্ঠা

Elon Musk: ভাৰতলৈ আহিব টেছলাৰৰ মুৰব্বী ইলন মাস্ক

ভাৰতলৈ আহিব টেছলাৰ বছ ইলন মাস্ক৷ শনিবাৰে বিয়লি(Elon Musk) [ভাৰতৰ সময় অনুসৰি] তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা ঘোষণা কৰে৷

Diganta Bharati: ‘প্ৰতিবাদ ডাঙৰ হৈছে, আৰু ডাঙৰ হ’ব; পূব গুৱাহাটী বিহু মঞ্চৰ ঘটনাক সহজে কোনেও এৰি নিদিয়ে…’

ৰঙালীৰ ৰঙে সমগ্ৰ অসম ৰঙীণ কৰি তোলাৰ সময়তে শেহতীয়াকৈ এগৰাকী শিল্পীক অপমান কৰাৰ অভিযোগে সমগ্ৰ ৰাজ্যতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ (Diganta Bharati)

Narendra Modi: ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীক

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি(Narendra Modi)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বছৰজোৰা সংগীতৰ ডয়েন ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্‌যাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়৷

Riyan Parag: এই পৰাজয়ৰ দায়িত্ব মই লৈছো, পৰাজয়ৰ কাৰণ বিচাৰি পালে ৰিয়ানে পৰাগে !

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত মাত্ৰ ২ ৰানত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ।(Riyan Parag) জয়ৰ মুখৰ পৰা পৰাস্ত আৰ আৰ। ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগে এই পৰাজয়ৰ দায়িত্ব ল'লে। শেষৰ ৬টা বলত ৯ ৰানৰ প্ৰয়োজন হৈছিল।

Lukewarm Water: কোনসকলে খাব নালাগে কুহুমীয়া পানী, নহ’লে ইয়াৰ ফলত যথেষ্ট ক্ষতি হ’ব পাৰে !

স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা কুহুমীয়া পানীয়ে কেতিয়াবা ক্ষতিও কৰিব পাৰে। বয়োজ্যেষ্ঠৰ পৰা চিকিৎসকলৈকে সকলোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কুহুমীয়া পানী খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু বহুতৰে বাবে ই ক্ষতিকাৰক হ’ব পাৰে।(Lukewarm Water)

Popular