Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বিজেপিত যোগদানৰ পূৰ্বেই অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

চৰ্চা অনুসৰি, ২৬ ডিচেম্বৰত গোলাঘাটৰ কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে! কেইদিনমান আগত বিধায়িকা গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক সাক্ষাত কৰিছিল। যোগদানৰ বিষয়টো এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও
Read More...

বাঘজান কাণ্ড : অইলৰ পৰিকল্পিত ষড়যন্ত্র !

গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত আয়োজিত এক সংবাদমেলত মানৱ অধিকাৰ কৰ্মী সোণেশ্বৰ নৰহে কয় যে হোটেল লিলিত বহি লাখ লাখ টকা খৰচ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ধন থাকে, কিন্তু বাঘজান কাণ্ডৰ গৱেষণামূলক বিষয়বোৰত খৰচ কৰিবলৈ চৰকাৰখনৰ ধন নাই৷
Read More...

এতিয়াও শেষ হোৱা নাই হোটেল ৰাজনীতি : এইবাৰ হোটেল তাজত হাগ্ৰামা সৈতে হিমন্তৰ বৈঠক

বিটিচিৰ আচল কিংমেকাৰ কোন ? হিমন্ত বিশ্ব শৰ্মা নে হাগ্ৰামা মহিলাৰী ? কালি নিশা হোটেল তাজত গোপন বৈঠকত মিলিত হল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিটিচিত চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰাৰ পিছতো হাগ্ৰামাৰ সৈতে বৈঠকত মিলিত হবলৈ বাধ্য
Read More...

চিআইডিয়ে দাখিল কৰিলে SI নিযুক্তি কেলেংকাৰীৰ ৩৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা

ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰী তদন্ত প্ৰায় সম্পূৰ্ণ ৷ SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে। বিশেষ আদালতত চাৰ্জশ্বিট দাখিল চিআইডিৰ। তিনিমাহ সম্পূৰ্ণ হোৱাৰ দুদিন পূৰ্বে চাৰ্জশ্বিট দাখিল কৰিলে চিআইডিয়ে।১৬০০
Read More...

নাবালিক জীয়ৰীয়ে বাহিৰত পহৰা দি আছিল, ঘৰৰ ভিতৰত মাক-দেউতাকক হত্যা কৰি আছিল প্ৰেমিকে

ইণ্ডোৰৰ ৰুক্মিণী নগৰত বাসকৰা এছএএফ'ত চালক জ্যোতি প্ৰসাদ শৰ্মা আৰু তেখেতৰ পত্নী নীলমক তেওঁলোকৰ নিজৰেই নাৱালিক কন্যা আৰু তেওঁৰ প্ৰেমিকে পৰিকল্পিত ভাৱে হত্যা কৰে । অভিযুক্ত নাৱালিক কন্যাৰ বয়স ১৭ বছৰ আৰু তেওঁ একাদশ শ্ৰেনীত পঢ়ি আছে । তেওঁৰ
Read More...

হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰক : উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান । হজ যাত্ৰীৰ চিণ্ডিকেট বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷ জালুকবাৰীত নিৰ্মাণ হোৱা স্থায়ী হজ ভৱন শীঘ্ৰেই মুকলি কৰিবলৈ ৰাজ্য
Read More...

তৃণমূল কংগ্ৰেছ ত্যাগ আৰু বিজেপি যোগদানৰ লাভালাভ : লাভ কৰিব Z শ্ৰেণীৰ সুৰক্ষা আৰু বুলেট প্রুফ গাড়ী

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতেই সুবেণ্ডু অধিকাৰীক কেন্দ্ৰৰ পৰা Zশ্ৰেণীৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, কেন্দ্ৰীয় নিৰাপত্তা সংস্থাসমূহৰ সৈতে আলোচনাৰ পিছত সুবেণ্ডু
Read More...

CONGRESS, COMMUNAL, COMMUNIST’ অসমৰ বাবে অতি বিপদজনক

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস এইবাৰ সৰৱ হৈ পৰিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে । বিজেপিৰ কৃষক সমাৰোহত অংশগ্ৰহণ কৰি AJPত যোগদান কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক সমালোচনা ৰাজ্যিক বিজেপিৰ
Read More...

বিবাহৰ আগতেই গৰ্ভাৱতী আছিল নেহা কক্কৰ !

বিবাহৰ দুমাহৰ পিছতে নেহা কক্কৰে ইন্টাগ্ৰামত এটা পোষ্ট কৰিছে যিটো পোষ্ট দেখাৰ পিছত সকলোকে আচৰিত কৰা দেখা গৈছে । ছচিয়েল মেডিয়াত পোষ্টটোকলৈ চৰ্চা আৰম্ভ হৈছে । পোষ্টটোত এখন ফটো পোষ্ট কৰা হৈছিল আৰু য’ত নেহাক গৰ্ভৱতী যেন দেখা গৈছে ।
Read More...

বিজেপিলৈ বিধায়িকা অজন্তা নেওগ !

মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্তৰে সৈতে আলোচনা   গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! ২৬ ডিচেম্বৰত বিজেপিত যোগ দিব পাৰে বিধায়িকাগৰাকীয়ে । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত
Read More...