Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

অসমত পুনৰ ২জন কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু

বুধবাৰে অসমত কভিডৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল । মৃত্যু হোৱা লোক দুজন টুন্না ৰাওট আৰু ত্ৰৈলোক্য ৰায়।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ।মৃত্যু হোৱা লোক দুজনৰ টুন্না ৰাওটৰ ঘৰ যোৰহাটত আৰু ত্ৰৈলোক্য ৰায়ৰ ঘৰ গোৱালপাৰাত
Read More...

বিবাহপাশত আবদ্ধ হ’ল আদিত্য নাৰায়ণ

অৱশেষত বিবাহপাশত আবদ্ধ হ’ল বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী উদিত নাৰায়নৰ পুত্ৰ গায়ক আৰু টিভি হোষ্ট আদিত্য নাৰায়ণৰ।বহুবাৰ আদিত্য নাৰায়ণ বিবাহপাশত আৱদ্ধ হব বুলি সংবাদ মাধ্যমৰ যোগেদী চৰ্চালৈ আহিছিল কিন্ত সেয়া হৈ উঠা নাছিল । কিন্ত সকলো চৰ্চাৰ
Read More...

MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান

এম ডি এইছৰ জনপ্ৰিয় মছলাৰ বিজ্ঞাপনকেইটা ৯০ দশকৰ পৰা বৰ্তমানৰ প্ৰতিগৰাকী শিশুৰে চিনাকি। বিজ্ঞাপনকেইটাই আমাৰ শৈশৱত তথা ঘৰৰ ৰান্ধনীসকলকো কিছু পৰিমানে হ’লেও আকৰ্ষণ কৰিছিল। সেই জনপ্ৰিয় ব্ৰেণ্ড MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান
Read More...

বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ সমৰ্থন দেশৰ কৃষক আন্দোলনলৈ

দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ভাৰতৰ বিখ্যাত টিভি কমেডিয়ান কপিল শৰ্মাই।কপিল শৰ্মাই কালি এটা টুইটযোগে কৃষক আন্দোলনলৈ সমৰ্থন জনায় কয় যে – ‘এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান আলোচনাৰ মাজেৰে কৰিব নোৱাৰি। দেশৰ কৃষকৰ সমস্যাৰো
Read More...

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা

অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা হাইস্কুল শিক্ষক সন্থাৰ শিক্ষক ভৱনত শতাধিক লোকৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লেখিকা সন্থাৰ মঙ্গলদৈ শাখাৰ সম্পাদিকা মীৰা দত্ত চৌধুৰীয়ে
Read More...

আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?

সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ
Read More...

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট

বিলাসীপাৰা, ২ ডিচেম্বৰ : নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি
Read More...

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব

২০২১ ত বিজেপি আৰু অগপই পুনৰ মিত্ৰজোতৰ চৰকাৰ গঠণ কৰিব । এই দাবী অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ । সেয়ে পুনৰ একেলগে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ন হব বুলি উল্লেখ কৰে কমলপুৰ সমষ্টীৰ বিধায়ক সত্যব্ৰত কলিতাই । কমলপুৰ সমষ্টীৰ বোৰ্কা খেল পথাৰত
Read More...

ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ জিলা সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰে ১৯৮৭ চনৰ ১৬ মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো । গুৱাহাটীৰ পিছতে অসমৰ দ্বিতীয় বৃহত সংগ্ৰহালয়টো ৩৪৩.৪১ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা
Read More...

পোনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

আজিৰে মহঙা হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰ । চৰকাৰী তৈল কোম্পানীসমূহে পোনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য । চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি গেছ চিলিণ্ডাৰত ৫০টকাকৈ বৃদ্ধি কৰিলে মূল্য। LPG Gas Cylinderৰ নতুন মূল্য ২ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বলৱৎ
Read More...