Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

সমুখত নিৰ্বাচন : কোকৰাঝাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলী

বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী । সকলো দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু গুলী । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি । নিৰ্বাচিত কুটাঘাত মূলক ঘটনা
Read More...

অভিনেতা ছানি দেউল কৰোনা পজিটিভ

বলিউডৰ জনপ্ৰিয় অভিনেতা ছানি দেউল কৰোনাত আক্ৰমণ । মঙ্গলবাৰে হিমাচলৰ স্থাস্থ্য সচিবে এইকথা প্ৰকাশ কৰে । অভিনেতাৰ লগতে ছানি দেউল ভাৰতীয় জনতা পাৰ্টীৰ গুৰদাসপুৰৰ সাংসদ । পাতলীয়া জ্বৰত ভোগাৰ বাবে অভিনেতা তথা সাংসদ গৰাকীৰ কৰোনা টেষ্ট কৰোঁ হয়
Read More...

মৰিগাঁও অগপ ত ব্যাপক খহনীয়া : কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ

মৰিগাঁও, ১ডিচেম্বৰ : মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ মৰিগাঁও বিধান পৰিষদ সমিতিৰ লগতে ২১ খন আঞ্চলিক সমিতিয়ে আজি সমূহীয়া পদত্যাগ কৰে ৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ কৰি আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ
Read More...

নগাঁও সদৰ সমষ্টিত কেইবাটাও উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰিলে বিধায়ক ৰূপক শৰ্মাই

নগাঁও, ১ ডিচেম্বৰ : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী গাঁও পঞ্চায়তত  আজি দুটাকৈ উন্নয়ন মূলক আঁচনিৰ কামৰ শুভাৰম্ভ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আঁচনি (SOPD)ৰ অধীনত ননৈ দক্ষিণপাট পথৰ পৰা
Read More...

চতুৰ্থ জাপানীজ চলচিত্ৰ মহোৎসৱ

মৰিগাঁও, ১ ডিচেম্বৰ : অহা ৪ ডিচেম্বৰ ২০২০ ইং তাৰিখৰ পৰা ১৩ ডিচেম্বৰ ২০২০ ইং তাৰিখলৈ জাপান ফাউণ্ডেশ্যনে চতুৰ্থ চলচিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ যো-জা চলাইছে । এইবেলি এই চলচিত্ৰ মহোৎসৱ সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু অন লাইন যোগে প্ৰদৰ্শন কৰা হব ।
Read More...

অসমলৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত

অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে অসমলৈ আহি আছে আৰ এছ এছ প্ৰধান মোহন ভাগৱত । আজি অসম পাব আৰ এছ এছ প্ৰধান গৰাকী । ক্ষন্তেক সময়ৰ পিছতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'বহি মোহন ভাগৱত । ১০ দিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা আৰ এছ এছ
Read More...

JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষী জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড প্ৰদীপ কুমাৰক । চি জে এম আদালতে ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কুমাৰক । অসম আৰক্ষীয়ে দিল্লীৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ কুমাৰক ।
Read More...

ভাৰতী সিঙক বাহিৰ কৰা হ’ল দ্যা কপিল শৰ্মা শ্ব’ৰ পৰা !

জনপ্ৰিয় দ্যা কপিল শৰ্মা শ্ব'ৰ পৰা বাহিৰ কৰা হ'ল জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক । কেইদিনমানৰ পূৰ্বে ভাৰতী আৰু তেওঁৰ স্বামীৰ বাসগৃহত অনচিবিয়ে অভিযান চলাই ড্ৰাগচ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৰ্তমানলৈকে
Read More...

আজিৰ পৰা দেশৰ জনসাধাৰণে এমাহ মানিব লাগিব এই নতুন কোভিড প্ৰট’কল

দেশত কোভিড১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কোভিড প্ৰটক’ল শিথিল কৰা হৈছিল যদিও ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১
Read More...

চলন্তপাৰা বন্ধন বেংকৰ প্ৰশংসনীয় পদক্ষেপ : নিতৌ স্বাৱলম্বী ইজনৰ পিছত সিজন গ্ৰাহক

যোগীঘোপা, ১ ডিচেম্বৰ: - ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতিত এক যোগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা ভাৰতৰ অগ্ৰণী অৰ্থনৈতিক বেংকিং প্ৰতিষ্ঠান বন্ধন বেংকে অসমৰ বিভিন্ন জিলাৰ লগতে বৃহত্তৰ যোগীঘোপা অঞ্চল বাসীলৈ সুখৱৰ কৰিয়াই আনিছে ।বঙাইগাঁও জিলাৰ
Read More...