মুখ্য-পৃষ্ঠা

Bohag Bihu 2025: আজি গৰু বিহু, মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰীয়ে জনালে বিহুৰ শুভেচ্ছা

“দীঘলতী দীঘল পাত(Bohag Bihu 2025) মাখি মাৰো জাত জাত লাউ খা, বেঙনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰে সৰু তই হবি বৰ গৰু।”

Bohag Bihu 2025: ব’হাগ বিহুত কিয় লোৱা হয় জেতুকা ?

আমি সকলোৱে ব'হাগ বিহুত জেতুকা লওঁ, বিহুত জেতুকা লোৱাটো বহু পৰম্পৰাগত কাৰণত। জেতুকা এক ঔষধি উদ্ভিদ, বিহুৰ সময়ত হাতত লোৱাৰ বাবে(Bohag Bihu 2025)ব্যৱহাৰ কৰা হয় জেতুকা।

India Women’s Pancha Silat League: ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ: ২০২৫ত অসমৰ ১১ টা পদক জয়

২০২৫ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ বিভিন্ন জিলাৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।(India Women's Pancha Silat League)

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ’ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নাম অসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

The EDM Challenge: ৱেভছঃ ‘ৰেজ’নেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে ঘোষণা কৰা হ'ল শীৰ্ষ ১০ গৰাকী প্ৰতিযোগীৰ নামঅসমৰো দুই প্ৰতিযোগী নিৰ্বাচিত

Waqf Law: বংগত ৱাকফ আইন কাৰ্যকৰী কৰা নহ’বঃ মুখ্যমন্ত্ৰী মমতাৰ স্পষ্ট মন্তব্য

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।(Waqf Law) ৱাকফ আইনক লৈ পশ্চিম বংগৰ কিছু অংশত উত্তেজনা অব্যাহত থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যখনত এই আইন কাৰ্যকৰী নহ’ব।

Popular