মুখ্য-পৃষ্ঠা

Donald Trump tariffs: স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিক্স সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে

স্মাৰ্টফোন, কম্পিউটাৰকে ধৰি বহু ইলেক্ট্ৰনিকছক সামগ্ৰী পাৰস্পৰিক শুল্কৰ পৰা বাদ দিলে ড’নাল্ড ট্ৰাম্পে। (Donald Trump tariffs) স্মাৰ্টফোন, লেপটপ কম্পিউটাৰ, হাৰ্ড ড্ৰাইভ আৰু কম্পিউটাৰ প্ৰচেছৰ, আৰু মেম’ৰী চিপৰ ক্ষেত্ৰত এই সকাহ প্ৰযোজ্য হ’ব।

Madhya Pradesh: আগন্তুক ২ বছৰত আমেৰিকাৰ দৰে হ’ব মধ্য প্ৰদেশৰ পথ সংযোগ: নীতিন গাডকাৰী

ইন্দোৰঃ কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে অহা দুবছৰত মধ্যপ্ৰদেশৰ পথ সংযোগ আমেৰিকাৰ দৰে হ’ব।(Madhya Pradesh)

Weather: আজি কোন কোন জিলাত হ’ব বতাহ, বৰষুণ আৰু বজ্ৰপাত ?

আজি গুৱাহাটী মহানগৰীসহ ৭খন জিলাত বতাহ,বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।(Weather)

Tikoni Baruah: ৰঙালী বিহুত কিয় প্ৰয়োজন টিকনি বৰুৱা ? বহু ঔষধি গুণৰ সমাহাৰ টিকনি বৰুৱা

টিকনি বৰুৱা এবিধ গছ, এই টিকনি বৰুৱাৰ কুমলীয়া আগ শাক হিচাপে খোৱা হয়, খাবলৈ ভাল।(Tikoni Baruah) টিকনি বৰুৱাৰ ঔষধি গুণো আছে।

Asam Sahitya Sabha: অসমবাসীলৈ অসম সাহিত্য সভাৰ ৰঙালী বিহুৰ ওলগ

অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী(Asam Sahitya Sabha) আৰু প্রধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিবৃত্তিযোগে অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছে।

Popular