মুখ্য-পৃষ্ঠা

Raha: পিতৃ-মাতৃৰ সৈতে ফুটবল খেল চোৱাত ব্যস্ত কণমানি ৰাহা, নীলা জাৰ্চিত দেখা গ’ল ৰণবীৰ আৰু ৰাহাক

কন্যা ৰাহা কাপুৰৰ সৈতে ফুটবল খেল চাবলৈ শনিবাৰে মুম্বাইত উপস্থিত হয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। ৰাহাক সদায় বেলেগ বেলেগ অভিব্যক্তি দিয়া দেখা যায়। ফুটবল খেলখন চাই থাকোঁতো ৰহাৰ বিভিন্ন অভিব্যক্তি দেখা গৈছিল যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।(Raha)

Foods You Should Avoid At Bed Time: শোৱাৰ পূৰ্বে নাখাব এই সমূহ বস্তু, খালে বহু ৰোগৰ সন্মুখীন হ’ব!

শোৱাৰ সময়ত খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু, যদি আপুনি কিবা ভুল খাদ্য খাই তেন্তে আপোনাৰ টোপনিত সমস্যা সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত কিছুমান বস্তু খাব নালাগে।(Foods You Should Avoid At Bed Time)

Ven Ajahn Siripanyo: বিলাসী জীৱন ত্যাগ কৰি সন্ন্যাসী হ’ল এজন ব্যক্তি

মানুহ বিলাসীতাৰ পিছত দৌৰি থকাৰ সময়তে পোহৰলৈ আহিছে শুনিলে বিশ্বাস নোহোৱা এক আচৰিত ঘটনা।(Ven Ajahn Siripanyo)প্ৰয়াত মালয়েছিয়াৰ কোটিপতি আনন্দ কৃষ্ণনৰ একমাত্ৰ পুত্ৰ অজাহানে নিজৰ বিলাসী জীৱন ত্যাগ কৰি সন্ন্যাসী লোৱাৰ সিদ্ধান্ত লয়।

Rice Water: চাউল ধোৱা পানীৰে কৰক ছাল আৰু চুলিৰ সৌন্দৰ্য

ছালৰ আৰ্দ্ৰতা ধৰি ৰখাৰ পৰা আৰম্ভ কৰি ঘাঁ ভাল কৰালৈকে চাউলৰ পানীৰে কৰে বহু উপকাৰ। এমিনো এচিডযুক্ত এই তৰল পদাৰ্থ চুলি আৰু ছালৰ বাবে অতি উপকাৰী।(Rice Water)

E-Kaksha: ৰাজ্যত প্ৰথমবাৰৰ বাবে মুকলি ই-কক্ষ

অসমীয়া ভাষাত প্ৰস্তুত কৰা ১০০০টা ভিডিঅ’ পাঠ (e-contents)ৰ শুভাৰম্ভ কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই ভিডিঅ’ পাঠসমূহ ‘E-Kaksha’ নামেৰে YouTube আৰু Mission Gyan App-ত বিনামূলীয়াকৈ উপলব্ধ।(E-Kaksha)

Popular