মুখ্য-পৃষ্ঠা

Cinnamon: ঋতুস্ৰাৱৰ অসহ্যকৰ বিষ নিয়ন্ত্ৰণ কৰে ডালচেনিয়ে

ঋতুস্ৰাৱৰ সময়ত বহুতো লোকৰ শাৰীৰিক দুৰ্বলতা ইমানেই বেছি হয় যে বিচনাৰ পৰা উঠিবে নোৱাৰে। সাধাৰণতে মেজাজৰ পৰিৱৰ্তন ঘটে এনে সময়ত। ঋতুস্ৰাৱৰ অসহ্যকৰ বিষ কমোৱাৰ বাবেও ঔষধ সেৱন কৰে বহুতে। ঔষধ গ্ৰহণ কৰাতকৈ ডালচেনি খালে বহুউপকাৰিতা লাভ কৰিব আপুনি।(Cinnamon)

Geyser: বিয়াৰ পাঁচ দিনতে নিয়তিৰ কৰুণ পৰিহাস!

বাথৰুমৰ গিজাৰত হঠাৎ বিস্ফোৰণ! বিয়াৰ পাঁচ দিনতে শহুৰেকৰ ঘৰত কইনাৰ মৃত্যু।২২ নৱেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল এগৰাকী মহিলা। বুধবাৰে দুপৰীয়া গা ধুবলৈ গৈ গিজাৰ অন কৰি পানী গৰম কৰোঁতেই সংঘটিত হয় দুৰ্ঘটনা।(Geyser)

Cyclone Fengal: “ফেংগাল” কিমান শক্তিশালী? দুখন ৰাজ্যত ফেংগালে সৃষ্টি কৰিছে দুৰ্যোগ

বংগোপসাগৰত শুকুৰবাৰৰ পৰা ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। শনিবাৰে বিয়লিৰ ভিতৰত এই ঘূৰ্ণীবতাহ তামিলনাডুৰ উপকূলত দুৰ্যোগৰ সৃষ্টি কৰিব।(Cyclone Fengal)

Gautam Adani: আদানী গোচৰৰ সন্দৰ্ভত ভাৰত চৰকাৰে মুখ খুলিলে!

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে আমেৰিকাত আদানীৰ সৈতে জড়িত আইনী প্ৰক্ৰিয়াৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই। অৱশ্যে এই ক্ষেত্ৰত পদ্ধতিগত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি নতুন দিল্লীয়ে জনায়।(Gautam Adani)

Samantha Ruth: কন্যাৰ বিবাহ বিচ্ছেদৰ বাবে পিতৃৰ হৃদয় ভাঙি গৈছিল, কবিতা লিখি দুখ প্ৰকাশ কৰিছিল; সামান্থাৰ পিতৃৰ মৃত্যু

অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ পিতৃৰ মৃত্যু। ইফালে তেওঁৰ কিছুমান পুৰণি কথা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ কন্যাৰ বিবাহ বিচ্ছেদ সম্পৰ্কেও কবিতা লিখি দুখ প্ৰকাশ কৰিছিল। সামান্থা আৰু নাগা চৈতন্য বিবাহৰ ৪ বছৰৰ পিছতে বিচ্ছেদ হয়।(Samantha Ruth)

Popular