Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কংগোত স্বৰ্ণ খনি খহি ৫০ জনৰ মৃত্যু

দৈনন্দিন বাৰ্তা ডেস্ক : কংগোৰ পূৱৰ কামিতুগাৰ ওচৰত শুকুৰবাৰে বিয়লি এটা স্বৰ্ণ খনি খহি পৰাত কমেও ৫০ জন লোকৰ মৃত্যু হয় ৷ স্থানীয় খনাৰ এনজিঅ’ই এই কথা জনাইছে ৷ প্ৰৱল বৰষুণৰ ফলত স্থানীয় সময় ৩ বজাত (ভাৰতীয় সময় ১৩ বজাত) 'ডেট্রয়েট' খনিৰ গুহাত
Read More...

কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ চেষ্টাৰে বৃহৎ সালসলনি ছোনীয়া গান্ধীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ চেষ্টাৰে শুকুৰবাৰে সৰ্বভাৰতীয় সংগঠনটো বৃহৎ সালসলনি কৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে ৷ এইবাৰ দলৰ সাধাৰণ সম্পাদকৰ পদত বৃদ্ধতন্ত্ৰৰ ভাৰ কমোৱা হৈছে ৷ গুলাম নবী আজাদ, মল্লিকাৰ্জুন
Read More...

সোণতলীৰ বগুৰিগুৰি দলঙেৰে বিপদসংকুল যাত্ৰা : উন্নয়নত পিঠি দিছে বিধায়িকা নন্দিতা দাস

সোণতলী : দক্ষিণ বকো সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ বগুৰিগুৰি-বটিয়ামাৰী পথৰ বিপদসংকুল ভয়ংকৰ জৰাজীৰ্ণ কাঠৰ দলঙেৰে অঞ্চলবাসীয়ে যাতায়াত অব্যাহত ৰাখিছে ৷ উক্ত গুৰুত্বপূৰ্ণ পথটিৰে প্ৰায় চাৰি-পাঁচখন গাঁৱৰ ৰাইজে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখি
Read More...

দুখীয়া ছাত্ৰ-ছাত্ৰীসহ বিশেষভাৱে সক্ষম লোকক আৰ্থিক সাহাৰ্য্য প্ৰদান সমাজকৰ্মী দিলীপ দাসৰ

নলবাৰী : আজি নলবাৰীস্থিত 'ভাগ্যশ্ৰী টাটা মটৰ্চ 'এ অষ্টম বৰ্ষত ভৰি দিলে। এই উপলক্ষে ভাগ্যশ্ৰী টাটা মটৰছৰ স্বত্বধিকাৰী তথা সমাজকৰ্মী দিলীপ কুমাৰ দাসৰ পিতৃ প্ৰয়াত যমুনা দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি হয়। এই
Read More...

নিখোঁজ ৫ অৰুণাচলৰ যুৱকক ঘূৰাই পঠালে চীনে

দৈনন্দিন বাৰ্তা ডেস্ক : অৰুণাচলৰ পৰা নিখোঁজ হোৱা পাঁচজন যুৱকক ভাৰতৰ হাতত তুলি দিলে চীনৰ পিপুলছ লিবাৰেচন আৰ্মিয়ে ৷ শনিবাৰে এই কথা সেনাৰ সূত্ৰত প্ৰকাশ৷ ২ ছেপ্টেম্বৰত এই পাঁচজন যুৱক উচ্চ সুৱনশিৰি জিলাৰ হাবিৰ পৰা নিখোঁজ হৈছিল ৷ ইন্দো-তিব্বত
Read More...

মথুৰাপুৰৰ কাকতীবাৰীত পিষ্টলসহ দুই যুৱক আটক : শিলৰ ডাম্পাৰত বহিঃৰাজ্যৰ পৰা অস্ত্ৰ সৰৱৰাহ

গেলেকী : শিৱসাগৰ আৰু চৰাইদেউ জিলা অসম-নাগালেণ্ড ও অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বিদ্ৰোহী সংগঠনসমূহে দীৰ্ঘদিনে আইন বিৰুদ্ধী কাৰ্যকলাপ অব্যাহত ৰাখিছে। দিনে-নিশাই অস্ত্ৰশস্ত্ৰ সৰৱৰাহকে ধৰি ধনদাবী, নিচাযুক্ত দ্ৰব্য প্ৰচলনে স্থানীয়
Read More...

ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত জিলা কাৰ্যনিৰ্বাহক সভা

নলবাৰী : বিগত ১৫ বছৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল "হু ইজ বদৰুদ্দিন" কিন্তু এতিয়া বদৰুদ্দিন আজমল তৰুণ গগৈৰ বন্ধু হল। কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আন বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়ায়ে নহয় অসমৰ সকলো ৰাইজৰ পৰা
Read More...

ভাৰ্চুৱেল আদালতৰ পক্ষে মত সংসদীয় পেনেলৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰ্চুৱেল আদালতৰ পক্ষে মত দিলে সংসদৰ আইন আৰু বিচাৰ সংক্ৰান্তীয় স্থায়ী কমিটিয়ে ৷ অনলাইন বিচাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সস্তীয়া আৰু দ্ৰুততৰ বুলি লক্ষ্য কৰিছে কমিটিয়ে ৷ ক’ৰোনা মহামাৰী নিয়ন্ত্ৰণ হ’লেও এই প্ৰক্ৰিয়া চলি
Read More...

অভিলেখ : ভাৰতত ২৪ ঘণ্টাত নতুনকৈ সংক্ৰমণ ৯৬,৫৫১

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শুকুৰবাৰে অভিলেখ সংখ্যক ৯৬,৫৫১ জন লোক নতুনকৈ ক’ৰোনত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ ১২০৯ জন লোকৰ মৃত্যু হয় ৷ উল্লেখ্য যে দেশত ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ সংখ্যাই ৪৫ লাখ
Read More...

শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণ কামৰ শুভ উদ্ধোধন

উজনি মাজুলীঃ উজনি মাজুলীৰ অন্যতম ঐতিহাসিক শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰখনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা প্ৰেক্ষাগৃহটি
Read More...