মুখ্য-পৃষ্ঠা

Assam Sahitya Sabha: ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন

ছেপ্টেম্বৰত বৰাকত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন। পাঁচশ প্ৰতিনিধিয়ে কৰিব অংশগ্ৰহণ।মুখ্যমন্ত্ৰীৰ আহ্বানক আদৰণি অসম সাহিত্য সভাৰ।(Assam Sahitya Sabha)

ASSAM RISING AWARD 2024-25: প্ৰস্তুতি পৰাশলৈ ASSAM RISING AWARD 2024-25

অসমৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি সকলক প্ৰদান কৰে ২০২৪-২৫ বৰ্ষৰ বিশেষ বঁটা। (ASSAM RISING AWARD 2024-25)

Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ

IPLৰ মহাৰণত অসম সন্তান ৰিয়ান পৰাগৰ বিশেষ অৱদান।(Riyan Parag)ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব ৰিয়ান পৰাগ।IPLৰ প্ৰথম তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে।

Sunita Williams: সুনীতা উইলিয়ামছৰ পৰিয়ালঃ ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট! তেওঁলোকৰ প্ৰেম কাহিনীও বিশেষ

ফেডাৰেল মাৰ্শ্বাল, হিন্দু ভক্ত সুনীতাৰ স্বামী এজন সুদক্ষ হেলিকপ্টাৰ পাইলট! তেওঁলোকৰ প্ৰেম কাহিনীও আচৰিত। সুনীতাৰ পূৰ্বপুৰুষৰ ঘৰ গুজৰাটৰ ঝুলাছান। তেওঁৰ পিতৃ দীপক পাণ্ডিয়া পেছাত চিকিৎসক আছিল।(Sunita Williams)

Breakfast: কেতিয়া ব্ৰেকফাষ্ট কৰিব, দাঁত ব্ৰাছ কৰাৰ আগত নে পিছত ?

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত ব্ৰেকফাষ্ট কৰিব লাগে, নহ’লে দাঁত ব্ৰাছ কৰাৰ পিছত ব্ৰেকফাষ্ট কৰাটো ভাল।( Breakfast)

Popular