মুখ্য-পৃষ্ঠা

Poonam Pandey: মহাকুম্ভত বিখ্যাত মডেল উপস্থিত, সংগমত গা ধুই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

মহাকুম্ভৰ এগৰাকী বিখ্যাত মডেলে উপস্থিত। সংগমত গা ধুই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো। (Poonam Pandey)

Height Growth: কি ভিটামিনৰ অভাৱত শিশু ওখ নহয়, এই সমূহ বস্তু খোৱাব শিশুক!

জিনীয় বিজ্ঞানৰ উপৰিও শিশুৰ উচ্চতাও তেওঁলোকৰ পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। পুষ্টিৰ অভাৱে শিশুৰ বৃদ্ধি স্তব্ধ কৰিব পাৰে। এই ভিটামিনৰ অভাৱৰ বাবে শিশুৰ উচ্চতা নহ’ব পাৰে।(Height Growth)

Nazira News: নাজিৰা লক্ষ্মীজান বাহঁবাৰী অঞ্চলত হাতীৰ দাঁতসহ এজনক আটক

লক্ষ্মীজান বাহঁবাৰী অঞ্চলত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই হাতীৰ দাঁতসহ এজনক আটক কৰিবলৈ সক্ষম হয়।(Nazira News)

Plane Crash: ৱাশ্বিংটনত বিমান দুৰ্ঘটনা, বিমানখনত আছিল ৬৪গৰাকী যাত্ৰী; মৃত্যু হয় ১৮গৰাকীৰ

ৱাশ্বিংটনত এয়াৰ লাইনছৰ এখন বিমান আৰু হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ । ৬৪ জন যাত্ৰী কঢ়িয়াই আনিছিল বিমান খনে।(Plane Crash)

Tinsukia News: তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক

তিনিচুকীয়া জিলাত ধন দাবীৰ লগত জড়িত এজন যুৱকক আটক৷(Tinsukia News)যোৱা ১৫ ডিচেম্বৰত কাকপথাৰত এগৰাকী ব্যৱসায়ীক ধন দাবীৰ ঘটনা সংঘটিত হৈছিল৷

Popular