মুখ্য-পৃষ্ঠা

Proteins: যেতিয়া পেটত প্ৰটিন হজম নহয় তেতিয়া শৰীৰে এনে সংকেত দিয়ে…

প্ৰটিন আমাৰ সুষম খাদ্যৰ এটা গুৰুত্বপূৰ্ণ(Proteins) অংশ, যিয়ে পেশী গঠন, কোষ গঠন আৰু শৰীৰৰ সামগ্ৰিক কাৰ্য্যকলাপত সহায় কৰে।

Pm Modi on Republic Day: দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সমগ্ৰ দেশত গণৰাজ্য দিৱস উদযাপন। এই উপলক্ষে দিল্লীৰ কৰ্তব্য পথত পেৰেড অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি কৃতজ্ঞ জাতিটোৰ হৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।(Pm Modi on Republic Day)

Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস। (Republic Day 2025) ভাৰতবৰ্ষই আজি ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিছে।

“কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal

"কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ আগত, সংবিধান পাছত": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।sarbananda sonowal

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ । Chief Minister’s Relief Fund Scheme

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগাক্ৰান্ত ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনিৰ অধীনত চেক বিতৰণ । Chief Minister's Relief Fund Scheme

Popular