মুখ্য-পৃষ্ঠা

Before Death: মৃত্যুৰ আগ মুহূর্তত কেনে অনুভৱ হয়? গৱেষণাত প্ৰকাশ এই তথ্য…

মৃত্যুৰ পিছত কি হ’ব কোনেও নাজানে। মানুহৰ মৃত্যুৰ ঠিক আগতে কেনেকুৱা অনুভৱ হয়? মানুহে কি ভাবে?(Before Death)শেহতীয়াকৈ গৱেষণাত এটা আচৰিত তথ্য প্ৰকাশ পাইছে।

Firecrackers: নিয়ম ভংগ কৰিলেই হ’ব পাৰে জেল-জৰিমনা, নোৱাৰিব ফটকা ফুটাব!

বাংলাদেশত নিয়ম ভংগ কৰাৰ বাবে জেল-জৰিমনা হ'ব পাৰে! নৱবৰ্ষৰ দিনা ফটকা ফুটালে বাংলাদেশত জেল যাব হ'বলগীয়া হ'ব পাৰে!(Firecrackers)

Richest Chief Minister: ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন, আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত কাৰ নাম?

ভাৰতৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা।(Richest Chief Minister) আপোনালোকক জনাওঁ যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু মুঠ ৩৩২ কোটি টকাতকৈ অধিক সম্পত্তিৰে দ্বিতীয় ধনী মুখ্যমন্ত্ৰী।

Freeb Cab: নতুন বছৰত বিনামূলীয়াকৈ পাব কেব, মাত্ৰ এই নম্বৰত ফোন কৰিব! ক’ত, ক’ত উপলব্ধ হ’ব এই সুবিধা?

নৱবৰ্ষ উদযাপন কৰাৰ পিছত একাংশ লোকে সুস্থ অৱস্থাত নাথাকে। এনে পৰিস্থিতিত তেওঁলোকে বাহন চলাওঁতে বহু সময়ত দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাসমূহ দূৰ কৰাৰ লক্ষ্যৰে এটা কোম্পানীয়ে বিনামূলীয়া কেব সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।(Freeb Cab)

Consuming Rice at Dinner: সাৱধান! প্ৰতি নিশা ভাত খোৱাৰ অভ্যাস আছে নেকি?

চাউলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট বা চেনি থাকে প্ৰটিনৰ লগতে চাউলত কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামও থাকে ইয়াৰ পিছতো বহুতে কয় ৰাতি ভাত খাব নালাগে। (Consuming Rice at Dinner)

Popular