Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৪২০ জনলৈ বৃদ্ধি দৰঙত : চিকিৎসালয়ৰ আছুতীয়া কক্ষৰ পৰা ঘৰলৈ যাবলৈ অনুমতি…

মঙলদৈ বহিঃৰাজ্যৰ পৰা ৰে’লযোগে আহি বৃহস্পতিবাৰে পুনৰ দৰঙত উপস্থিত হয় ২৭ জন লোক। এই লোকসকলক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত কোৱাৰাণ্টাইনত  ৰখাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি
Read More...

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনা যোৰহাটৰ বিশিষ্ট চাহ উদ্যোগপতি কমল জালানৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আহ্বান :…

টীয়ক বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। অসমৰ চাহে আন্তঃৰাষ্ট্ৰীয় বজাৰত এক সুকীয়া আসন ইতিমধ্যে দখল কৰিছে৷ ৰাজ্যখনৰ অৰ্থনীতিৰ ই মেৰুদণ্ডস্বৰূপ, অৱশ্যে বৰ্তমান দেশত চলি থকা লকডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটোৱে।
Read More...

সোণতলীত নিৰ্যাতিত তিনি সন্তানৰ মাতৃ : এজাহাৰ দাখিল আমিৰ আলীৰ বিৰুদ্ধে

সোণতলী প্ৰতিগৰাকী নাৰীয়ে বিচাৰে এগৰাকী জীৱন সংগী  আৰু এই জীৱন সংগীক লৈয়ে সপোন দেখে ভৱিষ্যৎ জীৱনৰ৷ জীৱন সংগীক লৈয়ে নাৰীয়ে আৰম্ভ কৰে নতুন জীৱন আৰু ভৱিষ্যতৰ আশা- আকাংখ্যাভৰা সংসাৰ৷ পিছে এই ভৱিষ্যৎ জীৱন যাত্ৰাৰ মাজতে কোনোবা নাৰী যদি
Read More...

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে…

কলিয়াবৰ  দেশত ক’ৰোনাৰ সঙ্কটৰ সময়ত দেশৰ সকলো স্তৰ শঙ্কিত। সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দেশৰ চিকিৎসা খণ্ডত বাঢ়িছে অভাৱনীয় তৎপৰতা। চিকিৎসা বিভাগক সহায়ৰ দিশত দেশৰ প্ৰশাসন, আৰক্ষী, দুৰ্যোগ প্ৰশমন বিভাগৰ দৰে জৰুৰীকালীন সেৱা সদা সষ্টম। সেই
Read More...

খটখটিত বৃহৎ সংখ্যক নিচা জাতীয় টেবলেটসহ আটক ১

বোকাজান প্ৰায় চাৰি দিন পূৰ্বে নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ পাছত বুধবাৰৰ নিশা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবালিক ব্ৰহ্মই
Read More...

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব

মঙলদৈ ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত
Read More...

টীয়কৰ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ব্লক পৰ্যায়ত সজাগতা সভা

টীয়ক যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত ক'ৰোণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ব্লকৰ অধীনস্থ কেওখন পঞ্চায়ৰ সভাপতি, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ সদস্য, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া তথা
Read More...

মাশ্বৰুম উৎপাদনৰে নলবাৰীৰ ডলী ৰাণী দাসে পোহপাল দিছে নিজ পৰিয়ালৰ লগতে তিনিটাকৈ পৰিয়াল

নলবাৰী দেশত আজি সবাতোকৈ চৰ্চা হৈ কথাটো হ’ল ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা৷ তেনেকুৱা ক্ষুদ্ৰ উদ্যোগ আৰু স্বাৱলম্বিতা হোৱা অলেখ মানুহ আছে যদিও তাৰে মাজত নলবাৰীৰ ডলীৰানী দাস হালৈৰ মাশ্বৰুম ফাৰ্ম আৰু ফুড প্ৰচেচিং চেণ্টাৰ সকলোৰে বাবে
Read More...

দৰং আৰক্ষীৰ মহানুভৱতা : দিব্যাংগ শিল্পীক সাহায্য প্ৰদান

ছিপাঝাৰ মঙলদৈ ভেৱাৰঘাট বাছ আস্থানত গাড়ীৰ পৰা উঠা নমা কৰা যাত্ৰীসকলৰ বাবে অন্ধ শিল্পী নিধন কলিতাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। কেতিয়াবা যদি তেওঁ বাছত গান গাই ফুৰিছে আন কেতিয়াবা আকৌ বাছষ্টেণ্ডত বহি লোকগীত জুৰিছে।
Read More...

সাংবাদিক মোজাহিদুল হকৰ বিয়োগত সাংবাদিক পৰিষদ, অসমৰ শোক

গুৱাহাটী জ্যেষ্ঠ সাংবাদিক তথা কেইবাদশক ধৰি গুৱাহাটীত কৰ্মৰত মোজাহিদুল হকৰ মাত্ৰ ৫২ বছৰ বয়সতে অকাল আৰু আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিয়ে। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
Read More...