Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নাজিৰা মহকুমাত থকা যোগ্যতাবিহীন পৰিয়ালক ৰেচনকাৰ্ড সমৰ্পণ কৰিবলৈ মহকুমা প্ৰশাসনৰ নিৰ্দেশ

নাজিৰা নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বহুতো যোগ্যতাবিহীন পৰিয়ালে "ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইন" ২০১৩ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি আছে বুলি মহকুমা সদৰী কৰিছে।  মহকুমাটোৰ চৰকাৰী চাকৰিয়াল, পেঞ্চন পৰিয়াল (যাৰ মাহেকীয়া পেঞ্চন
Read More...

আটাকাটা কাণ্ডৰ নতুন মুৰ : নিশা দুৰ্বৃত্তই জ্বলাই দিলে ঘৰবাৰী, থানাত এজাহাৰ

খাৰুপেটীয়া  মহামাৰী ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ ফলত  হাহাকাৰৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বতে। স্তদ্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। পিছ পৰি যোৱা নাই অসমো। মহামাৰী ক'ৰোণা ভাইৰাছৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি তাকেই লৈ চিন্তিত হৈ পৰিছে সকলোৱে।
Read More...

বাতিল হ’ব টকিঅ’ অলিম্পিক !

বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাৰণ অলিম্পিক আয়োজন কৰাৰ সৌভাগ্য হেৰুৱাব নেকি টকিঅ’ই? জাপান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি (আই অ’ চি)ৰ অধ্যক্ষই সেই ইংগিতেই দিছে৷ বিশ্ব মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে ইতিপূৰ্বে গোলকীয় ক্ৰীড়া
Read More...

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমি গড়কাপ্তানী পথ

সোণতলী চৰকাৰে গড়কাপ্তানী বিভাগৰ কামত কোটি কোটি টকা খৰচ কৰে যদিও এই কামত জড়িত একাংশ ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনা ভূগি থাকিব লগীয়া হয়৷ ঠিকাদাৰৰ শামুকীয়া বিভাগে কামৰ দায়িত্ব অৰ্পণ কৰিলে ঠিকাদাৰ তাপস কুমাৰ
Read More...

টীয়কত ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এম এ চিৰ উদ্যোগত গাহৰি গড়ালত ছেনিটাইজেচনৰ ব্যৱস্থা

টীয়ক বিশ্ব আজি ক'ৰোনাৰ গ্ৰাসত কোঙা দেশে দেশত গৃহবন্দী প্ৰজা৷ অসমো তাৰ ব্যতিক্ৰম নহয়৷ ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ৷ এই মহামাৰীৰ মাজতে ৰাজ্যত অন্য এক বিভীষিকা হৈ আবিৰ্ভাৱ হৈছে গাহৰিৰ দেহত মাৰত্মক আফ্ৰিকান ছোৱাইন ফিভাৰ৷ এই
Read More...

নাজিৰাত বিকল পানী যোগান প্ৰকল্প মেৰামতিৰ নামত শ্ৰাদ্ধ চৰকাৰী ধন : সংবাদ মাধ্যমৰ বাতৰিত থৰকাছুটি…

নাজিৰা দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বৰ্তমানৰ শাসকীয় দলৰ নেতাৰ আশীষধন্য হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ একাংশ বিষয়া আৰু ঠিকাদাৰে মিলি বিশুদ্ধ খোৱা পানীৰ নামতো চলাইছে চৰকাৰী ধনৰ অবাধ লুণ্ঠন। এই
Read More...

সংশোধিত শ্ৰমিক আইনক তীব্ৰ বিৰোধিতা : এ চি এম এছৰ ২২ মে’ৰ ধৰ্ণা কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন অসম চাহ…

নাজিৰা ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত দেশত অব্যাহত আছে লকডাউন। ইয়াৰ মাজতে অসম চৰকাৰে যোৱা ৮ মে’ত মন্ত্ৰী পৰিষদৰ সভাত সংশোধিত শ্ৰম আইন মতে শ্ৰমিকৰ কাম কৰাৰ সময় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অসম
Read More...

জাতিৰ কল্যাণ বিচাৰি পেন্সনাৰ সন্থাৰ ৪০ হাজাৰ, ডি পি এছৰ ১লক্ষাধিক টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীলৈ

নাজিৰা ৰাজ্যত ক'ভিড-১৯ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰাৰ পৰিস্থিতিত চৰকাৰক সকলো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত সহযোগ আগবঢ়াই  দিল্লী পাব্লিক স্কুল নাজিৰাৰ তৰফৰ পৰা ১লাখ ১১ হাজাৰ টকাৰ এখনি চেক প্ৰদান কৰা হয় শিৱসাগৰ জিলাৰ
Read More...

মই বহুত আবেগিক মানুহ : শিলাদিত্য দেৱ।

লংকা  মই বহুত আবেগিক মানুহ। আবেগৰ যদি মই আকৌ  বশৰ্ৱতী হও, গম নোপোৱাকৈ যদি অন্যায় হৈ থাকে,  তাত কোনো বিচাৰ নহয়। তেতিয়া কিন্তু নামটো কৈ দিবলৈ বাধ্য হম। এতিয়া যিহেতু দলে সিদ্ধান্ত লৈছে,  আলোচনা কৰি সিন্ধান্ত গ্ৰহণ কৰিব, সেয়ে নামটো
Read More...

দৰঙত কৃষিমন্ত্ৰী অতুল বৰা, জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ

দৰং  ৰাজ্যত অব্যাহত আছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত সংঘটিত বৃহৎ কেলেংকাৰীৰ বাতৰি৷ তাৰ মাজতে দৰঙত দেখিবলৈ পোৱা গ’ল কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰঙৰ জিলা কৃষি বিষয়া ভাৰত কুমাৰ দেউৰীৰ পুত্তলিকা দাহ কৰা ঘটনা৷ প্ৰধানমন্ত্ৰী
Read More...