Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মিৰ্জাত ২ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ।

নামখলা ক’ৰোনা ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰিছে। এই মহামাৰীৰ পৰা অঞ্চলবাসীক ৰক্ষাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মিৰ্জাৰ দুজন উদ্যমী যুৱক মদন দাস আৰু মিতু দাসে৷ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে ল’কডাউনৰ
Read More...

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ প্ৰশসংনীয় পদক্ষেপ : অসমত আবদ্ধ হৈ থকা বিহাৰৰ ৬ ব্যক্তিক ৰে’লযোগে…

গুৱাহাটী বিহাৰৰ পৰা প্ৰায় ২০ ব্যক্তিয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি লকডাউন বাবে অসমত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল৷ ১৮ মাৰ্চত গুৱাহাটী উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰি ২৬ মাৰ্চ তাৰিখে ৰে’ল যোগে বিহাৰলৈ উভতি যোৱাৰ কথা আছিল৷ ক’ৰোনা
Read More...

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

নাজিৰা নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে  আজি কিছুদিনৰ পৰা ৰাজমাও পুখুৰীকে ধৰি
Read More...

কেন্দ্ৰীয় চৰকাৰৰ খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত : আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাৰ্ছ ইউনিয়নৰ বিৰোধিতা

নাজিৰা ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এখন খচৰা বিদ্যুৎ বিধেয়ক প্ৰস্তুত কৰি অহা ৫ জুনৰ ভিতৰত ৰাজ্য চৰকাৰৰ সমূহৰ পৰা মতামত বিচাৰিছে। উল্লিখিত বিধেয়কৰ জৰিয়তে
Read More...

বিধস্ত নাজিৰা-গেলেকী পথ : কাণসাৰ নাই ৰাইজৰ প্ৰতিবাদত নতশিৰ হোৱা গড়কাপ্তানী বিভাগৰ

নাজিৰা অসমৰ মানচিত্ৰতে নহয় ভাৰতৰ মানচিত্ৰত এক সুকীয়া স্হান আছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ। কেৱল সীমান্ত অঞ্চলৰূপে নহয় দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰত্ন তৈল কোম্পানী তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ' এন জি চি অসম
Read More...

তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডত আটাছুৰ সকীয়নি : শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী

নাজিৰা ক’ৰোনা সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ অ’এনজিচিৰ অধীনৰ ৮ খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাইছে অসমৰ শক্তিশালী জনগোষ্ঠীয় সংগঠন টাই
Read More...

দৰঙৰ ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মনিকা বৰগোহাঁইৰ যোগদান

দৰং  ছিপাঝাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মঙগলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে মনিকা বৰগোহাঁয়ে৷ দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰৰ উপস্থিতিত ছিপাঝাৰ উন্নয়ন খণ্ডত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হিচাবে কাৰ্যভাৰ
Read More...

মঙলদৈত ক’ভিড-১৯ৰ নতুন কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপনৰ বুজ ল’লে মন্ত্ৰী ভবেশ কলিতাই

মঙলদৈ ৰাজ্যত বহিঃৰাজ্যৰ পৰা নিতৌ শ শ লোকৰ গৃহমুখী আগমণ ঘটাৰ  লগে লগে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ দৰঙৰ গৃহমুখী লোকসকলৰ সফল কোৱাৰাণ্টাইনৰ বাবে অধিক তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ
Read More...

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ যাবলৈ ভাল বাট-পথ কোনো এটাও নাই। বহু কষ্টেৰে সেই ঠাইৰ ৰাইজৰ লগতে
Read More...

সংকটত অসম, গুৱাহাটীত অনিয়ন্ত্ৰিত পৰিস্থিতি : প্ৰব্ৰজিতৰ জৰিয়তে একেদিনাই আক্ৰান্ত ৪০, অতিক্ৰমিলে ১৫৪

গুৱাহাটী ক্ৰমাৎ অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে। ভয়াবহ হৈছে শেহতীয়া পৰিস্থিতি। প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছি ক’ৰোনাক্ৰান্তৰ সংখ্যা। মঙলবাৰে আগবেলাতে ওলাল নতুনকৈ ২০ জন ক’ৰোনাক্ৰান্ত ৷
Read More...