মুখ্য-পৃষ্ঠা

Skin Care: উজ্জ্বল ছালৰ গোপন ৰহস্য তেল! ছালত কেনেকৈ ব্যৱহাৰ কৰিব তেল?

নাৰিকল তেলৰ সহায়ত ছালৰ যত্ন ল'ব পৰাে। নাৰিকল তেলেৰে ছালৰ যত্ন ল’লে ছালৰ ৰং উজ্জ্বল হৈ পৰে। ক’লা দাগবোৰ আঁতৰে।(Skin Care)

Pushpa 2: ব্লকবাষ্টাৰ হোৱাৰ পিছতো উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল আল্লু অৰ্জুনৰ পুষ্পা ২!

‘পুষ্পা ২: দ্য ৰুল’ দক্ষিণৰ ছবি হোৱাৰ পাছতো উত্তৰ ভাৰতত যথেষ্ট সফলতা লাভ কৰে। হিন্দী সংস্কৰণে ২ সপ্তাহত ৬০০ কোটি টকা উপাৰ্জন কৰি বলীউডৰ ছবিক পিছ পেলাই। ইয়াৰ পিছতো আল্লু অৰ্জুনৰ এই ছবিখন উত্তৰ ভাৰতৰ ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ল। এয়া দক্ষিণৰ ছবিৰ বিৰুদ্ধে ষড়যন্ত্ৰ নে আন কিবা?(Pushpa 2)

Surya Das: গণশিল্পী সূৰ্য্য দাসৰ দেহাৱসান…

প্ৰখ্যাত সংগীত শিল্পী সূৰ্য দাসৰ দেহাৱসান। মৰিগাঁও চিভিলত সূৰ্য দাসৰ শেষ নিশ্বাস ত্যাগ। বাথৰূমত পিচল খাই পৰাৰ পিছতে অচেতন হৈ পৰিছিল শিল্পীগৰাকী।(Surya Das)

Shah Rukh Khan: মঞ্চত আব্ৰাম, দৰ্শকৰ মাজত শ্বাহৰুখ! সৰু পুত্ৰক লৈ কি সপোন কিং খানৰ?

পৰ্দাত পুত্ৰ, শ্বাহৰুখ খানে দৰ্শকৰ মাজত বহি চালে পুত্ৰ অভিনয়। কাৰণ তেওঁৰ সৰু পুত্ৰ আব্ৰামে মঞ্চত অতি সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিলে।(Shah Rukh Khan)

General Bipin Rawat: CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ কেনেকৈ মৃত্যু হৈছিল?

২০২১ চনৰ ৪ ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত চিডিএছ বিপিন ৰাৱটৰ মৃত্যু হৈছিল। পত্নী মধুলিকা, হেলিকপ্টাৰখন পাইলট গ্ৰুপৰ কেপ্তেইন বৰুণ সিংকে ধৰি মুঠ ১৪ জন লোকৰ মৃত্যু হৈছিল।(General Bipin Rawat)

Popular