Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

কলিয়াবৰ মাস্ক পৰিধানৰ বাবে কলিয়াবৰত সজাগতা অভিযান অনুষ্ঠিত হয়। পুৱেৰণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলায় এই অভিযান। মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰক্ষী আৰু পুৱেৰণ সংঘৰ
Read More...

আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত

COVID-19 মহামাৰী আৰু লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই "আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত" অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত গোৱালপাৰা ডাকঘৰৰ অন্তৰ্গত চাৰিশৰো অধিক শাখা ডাকঘৰৰ গ্ৰামীণ ডাক
Read More...

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত ২৪ শ্ৰমিকৰ মৃত্যু

দৈনন্দিন বাৰ্তা প্ৰতিবেদন পুনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল প্ৰব্ৰজিত শ্ৰমিক৷ এইবাৰ উত্তৰ প্ৰদেশত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ২৪ জন শ্ৰমিক৷ শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত উত্তৰ প্ৰদেশৰ অৰাইয়াত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই
Read More...

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনা : জামুগুৰিহাটৰ…

জামুগুৰিহাট মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজখনত দিন ৰাতি একাকাৰ কৰি সেনাপতিৰ ভূমিকা গ্ৰহণ কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে শনিবাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত
Read More...

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ ‘কণ্যকা’

জামুগুৰিহাট সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ ত্রাসত কম্পমান। স্থবিৰ হৈ পৰিছে বিশ্বৰ প্ৰতিখন দেশৰে স্বাভাৱিক গতি।সামাজিক আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰি নিজৰ লগতে মানৱজাতিক মৃত্যু মুখৰ পৰা ৰক্ষা কৰাৰ বাহিৰে আৰু এতিয়া কোনো গত্যান্তৰ নাই।
Read More...

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

দৈনন্দিন বাৰ্তা প্ৰতিবেদন জনপ্ৰবাদ, ইতিহাসে কেতবোৰ কথাৰ পুনৰাবৃত্তি ঘটায়৷ তাৰ এটা উদাহৰণ হ’ল ১৯১৮ চনৰ স্পেনিছ ফ্লু৷ এই স্পেনিছ ফ্লুত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেনেদৰে ২০২০ চনত ক’ভিড-১৯ৰ বাবে কম্পমান সমগ্ৰ বিশ্ববাসী৷ প্ৰাপ্ত তথ্য মতে
Read More...

ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী, ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চললৈ…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ক’ৰোনা ভাইৰাছ ৰোগ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ৰাজহুৱা ঠাইত থু পেলোৱাটো নিষিদ্ধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰলৈ আহ্বান জনাইছে৷
Read More...

লামডিঙত বিদ্যালয় মাচুল প্ৰদান কৰাক লৈ উত্তেজনাময় পৰিৱেশ : ডন বছক’ বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউনৰ…

লংকা লামডিঙত শনিবাৰে ডন বছক’ বিদ্যালয়ত সংঘটিত হৈছে উত্তেজনাময় পৰিবেশ৷ লকডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয় সমূহক মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল যদিও চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰাৰ গুৰুত্ব অভিযোগ
Read More...

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা আৰ্থিকভাৱে সচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন
Read More...

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা
Read More...