Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

মিৰ্জাত মাহেকীয়া ই-আলোচনী “অনুপমা” উন্মোচন

নামখলা সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাৰ এগৰাকী সুলেখিকা শেৱালি দাসে এই লকডাউনৰ সময়তে "অনুপমা" নামৰ এখনী মাহেকীয়া ই-আলোচনী উন্মোচন কৰে৷ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি যোৱা ১৫ মে'ৰ দুপৰীয়া ১২
Read More...

ডুমডুমাত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ডিৰাক সীমান্ত সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধৰ বাবে ভাৰত বৰ্ষত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চৰকাৰৰ নীতি-নিৰ্দেশনাৰ প্ৰতি পূৰ্ণ সঁহাৰি জনায় সামাজিক দূৰত্ব বজাই ৰাখি ডুমডুমা শাখা
Read More...

সাংবাদিক কল্যাণ পুঁজি, কৰুণাধাৰা, হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান : টংলাৰ সাংবাদিক…

মঙলদৈ ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা (৩৮) বৰ্তমান শয্যাগত। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত। দৰিদ্ৰতাই কোঙা কৰা এই সাংবাদিকজনে অৰ্থৰ অভাৱত নিয়মীয়াকৈ কৰিব পৰা নাই উন্নত চিকিৎসা। দুটা
Read More...

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে…

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম,
Read More...

দৰঙত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা

মঙলদৈ ৰাজ্যৰ বাহিৰৰ পৰা আহি দৰঙত উপস্হিত হোৱা লোকৰ স‌ংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰে পুৱতি নিশাও ১৫ জনকৈ লোক আহি উপস্থিত হৈছে  জিলাখনত৷ আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ত
Read More...

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

লংকা লংকাৰ এগৰাকী মহিলাক টকা দিয়াৰ প্ৰলোভনেৰে  ধষৰ্ণৰ চেষ্টা কৰাৰ অভিযোগত  হোজাই জিলাৰ লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোজাই জিলা বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি ক'মৰুল হক চৌধুৰীক। লংকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে বিজেপিৰ সংখ্যালঘূ
Read More...

টিংখাঙত দুটা কোৱাৰেণ্টাইন শিবিৰ : তিনি পৰিয়াল হোম কোৱাৰেণ্টাইন

টিংখাং বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল নিজ গৃহলৈ ক’ৰোনা ভাইৰাছৰ বাবে ঘূৰি আহিছে।এইলোকসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত স্থানীয় প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে
Read More...

হোজাইত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ ওপৰৰ পৰা তললৈ গেলিছে : শিলাদিত্য দেৱ

লংকা পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ হোজাই সমষ্টিৰ দুই উন্নয়ন ব্লকত আঁচনিসমূহত সম্পূৰ্ণ দুৰ্নীতি হোৱা কথা স্বীকাৰ কৰিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ এজন নেতাই গুৱাহাটীত থাকিয়েই হোজাইত এই দুৰ্নীতি চলাই
Read More...

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন…

মঙলদৈ লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ দায়িত্ব আছিল জিলা
Read More...

হাজোৰ পথাৰ পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী আজি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু বিভাগীয় বিষয়া সহ হাজোৰ ৰামদিয়া আৰু বঙালপাৰা অঞ্চল পৰিদৰ্শন কৰি কৃষক সকলৰ সমস্যাৰ বুজ লয়। মন্ত্ৰী বৰাই বঙালপাৰা গাঁওত ১২৫ হেক্টৰ ভূমিত ধান খেতি কৰা যুৱ
Read More...