মুখ্য-পৃষ্ঠা

তেজপুৰৰ চাক্ৰিড হাৰ্ট স্কুলৰ ছাত্ৰ কল্লোল বিশ্বাসৰ দশম স্থান লাভ

আজি ৭ মে। ঘোষণা কৰা হ'ল অতি উৎসাহেৰে ভৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা-২২ৰ ফলাফল।ৰাজ্যখনৰ মুঠ ৪,৩১,১৩২ গৰাকী পৰিক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে মুঠ ২,২৯,১৩১গৰাকী...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষত দশম স্থানৰ ভিতৰত সপ্তম স্থান পোৱা নিশা শৰ্মাক সম্বৰ্ধনা

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ টি চি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰী নিশা শৰ্মাক আজি বিদ্যালয় খনে সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত...

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

দুবছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অন্তত, পৱিত্ৰ অম্বুবাচী মেলা অহা ২২-২৬ জুন, ২০২২ পৰ্যন্ত নীলাচলৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কামাখ্যা ধামত অনুষ্ঠিত হ'ব। আজি গুৱাহাটীত পৰ্যটন...

যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত বৈঠক মন্ত্ৰী অতুল বৰাৰ

অসমৰ প্ৰতিখন জিলাত কেন্দ্ৰীয় চৰকাৰৰ অন্যতম আঁচনি "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি"ৰ সফল ৰূপায়ণৰ বাবে তৎপৰতাৰে কাম অব্যাহত ৰাখিছে মন্ত্ৰী অতুল বৰাই ।...

গায়ক কে.কেৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰিলে আবেদন

কলকাতাত বিখ্যাত গায়ক কে.কেৰ মৃত্যুৰ গোচৰটো এতিয়া ৰাজনৈতিক বিতৰ্কত সোমাই পৰিছে। শেহতীয়াকৈ এই বিতৰ্ক গৈ পাইছে আদালত।সোমবাৰে অধিবক্তা ৰবি শংকৰ চেটাৰ্জীয়ে উচ্চ ন্যায়ালয়ত গায়ক...

Popular