মুখ্য-পৃষ্ঠা

Rishabh Pant: ঋষভ পন্তৰ খাদ্যৰ তালিকাত কি কি আছিল? তেওঁৰ পুষ্টিবিদে জনালে সকলো…

যেতিয়া ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰ আহিছিল, তেতিয়া কোনেও ভবা নাছিল যে তেওঁ কেতিয়াও ক্ৰিকেট খেলপথাৰত পুনৰ খেলিব পাৰিব। তেওঁৰ আৰোগ্য লাভৰ ক্ষেত্ৰত ডায়েটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Rishabh Pant)

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

নগাঁও বাইপাছৰ(Nagaon Bypass) ছানযুক্তি নামৰ এখন হোটেলৰ(Sunyukti Hotel) নিৰাপত্তাৰ ফোপোলা দিশ উন্মোচন কৰি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে(Actress Amrita Gogoi)।

Toothpaste: ঘৰুৱা বিভিন্ন কামৰ ব্যৱহাৰ হয় টুথপেষ্ট

Toothpaste । সকলোৱে জানে যে দাঁত টুথপেষ্টেৰে চাফা কৰা হয়। কিন্তু দাঁত পৰিষ্কাৰ কৰাৰ বাহিৰেও কিমানজনে জানে যে টুথপেষ্ট ঘৰুৱা বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি?

Cancer। “হাঁহিয়ে কেঞ্চাৰ বেমাৰো ৰোধ কৰিব পাৰি”-গণেশ তামুলী

ৰঙিয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক বঁটা প্রদান অনুষ্ঠান সম্পন্ন। দৈনন্দিন বাৰ্তাৰ সেৱা,ৰঙিয়া,২৫ নবেম্বৰ।ৰঙিয়াৰ বিশিষ্ট সংস্কৃত পণ্ডিত বানেশ্বৰ দেৱশৰ্মাৰ সোঁৱৰণত সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত গ্রুপ অৱ্ ক্রিয়েচনৰ উদ্যোগত আজি 'প্রয়াত বানেশ্বৰ দেৱশৰ্মা ৰাজ্যিক শিক্ষক বঁটা' শীর্ষক ষষ্ঠ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় (Cancer)

MLA ,Binod Hazarika ।দুয়োটা কিডনী বিকল হোৱাৰ ১৩ বছৰীয়া শিশুৰ অনাদ্বীপৰ স্বাস্থ্য বুজ ললে বিধায়ক বিনোদ হাজৰিকাই

লাহোৱালৰ ৰহমৰীয়াৰ এটি ১৩ বছৰীয়া শিশুৰ দুয়োটা কিডনী বিকল হোৱাৰ পিছত এতিয়া কাল অমানিশা নামি আহিছে পৰিয়ালটিলৈ । (MLA Binod Hazarika) অনাদ্বীপ ছত্ৰধৰা নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰজন জীয়াই থাকিবলৈ এটা হলেও কিডনী নতুনকৈ সংস্থাপিত কৰিব লাগিব বুলি চিকিৎসকে ঘোষনা কৰাত এতিয়া মূৰত সৰগ ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটিৰ।কিয়নো কমেও এটা কিডনী সংস্থাপিত কৰিবলৈ কেইবা লক্ষ টকাৰ প্ৰয়োজন যিটো দিনহাজিৰা কৰা কনমানিটিৰ পিতৃৰ বাবে কোনোপধ্যে সম্ভৱ নহয়।

Popular