Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
হাতীশিলা Eco-sensitive Zoneত বৃহৎ হোটেল নিৰ্মাণক লৈ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ
তেজপুৰৰ হলেশ্বৰত বাইকসহ উদ্ধাৰ দুই যুৱকৰ মৃতদেহ
ৰাজকীয় আদৰণি নৰ’ৱে দলটোকঃ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই অহাৰ পিছতো আদৰণি দলটোক
Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিকৱান যুৱক তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰা। তেওঁ সুদীৰ্ঘ দিন নীৰৱে চলাই গৈছে এক নিৰলস প্ৰচেষ্টা। সাংবাদিক বৰাই একক প্ৰচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ(Bharat Ratna Bhupen Hazarika) কালজয়ী গীতসমূহ মাইক যোগে ৰাইজক শুনাই আহিছে শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনৰে পৰা।
Bhupen Hazarika Death Anniversary: হেম গগৈৰ বাঁহীৰ সুৰ, ঢোল-পেপাঁৰ মাতত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ কালজয়ী গীত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 5, 2024
৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে তেওঁৰ মৃত্যু তিথিত এইদৰে স্মৰণ কৰিলে।(Bhupen Hazarika Death Anniversary)
Chhath Puja 2024: আজিৰে পৰা আৰম্ভ হৈছে ষট্ পূজা, ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 5, 2024
ঘেঁহু গুড়েৰে নিৰ্মিত ষট্ পূজাৰ প্ৰসাদ “ঠেকুৱা” স্বাস্থ্যৰ বাবে অমৃত। ঠেকুৱা খালে এবিধ বিশেষ ৰোগ নিৰাময় হয়।(Chhath Puja 2024)
By Eelection। ‘বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু ‘২৬ত হ’বই, তাত কোন কোন থাকে সময়ত দেখা যাব’
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
এইবাৰ মই ৰাইজক আমাৰ সপক্ষে আৰু শাসক পক্ষৰ বিপক্ষে ভোটদানৰ বাবে এটা আগ্ৰহ দেখা পাইছো ৷ সাধাৰণতে উপ নিৰ্বাচন বিলাকত শাসক পক্ষই খুব সুন্দৰকৈ ৱাক অভাৰ পোৱাই দেখা যায়(By Eelection)৷
Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।
1
...
830
831
832
...
2,473
Page 831 of 2,473
Popular
হাতীশিলা Eco-sensitive Zoneত বৃহৎ হোটেল নিৰ্মাণক লৈ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ
দৈনন্দিন বাৰ্তা
-
July 14, 2026