মুখ্য-পৃষ্ঠা

Puri Jagannath Temple: পুৰী জগন্নাথ মন্দিৰৰ দেৱালত একাধিক ফাট

পুৰী মন্দিৰৰ পৰিস্থিতিক লৈ মন্দিৰ কৰ্তৃপক্ষ আৰু বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে কয় যে, আমি তদন্ত কৰি আছো যে কিয় বেৰত ফাট মেলিছে। দেৱাল মেৰামতিৰ বাবে সাজু হৈছে ASI।(Puri Jagannath Temple)

Hanuman chalisa: মঙলবাৰে পাঠ কৰক হনুমান চালিছা, কেৰিয়াৰৰ অগ্ৰগতিৰ লগতে দূৰ হ’ব এই সমূহ অসুবিধা

মঙলবাৰে ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ এজন ব্যক্তিয়ে ৰীতি-নীতি অনুসৰি হনুমান চালিছা পাঠ কৰিব লাগে। হনুমান চালিছা পাঠ কৰিলে বহুতো অলৌকিক উপকাৰ পোৱা যায়।(Hanuman chalisa)

Bus Accident in Uttarakhand: ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন, নিহত পৰিয়াললৈ ৪ লাখ; আহতলৈ ১ লাখ টকা ঘোষণা

উত্তৰাখণ্ডত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱাই।ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২০ জন, নিহত পৰিয়াললৈ ৪ লাখ; আহতলৈ ১ লাখ টকা ঘোষণা।(Bus Accident in Uttarakhand)

Planet Transit November: নৱেম্বৰ মাহত এই তিনিটা ৰাশিৰ সলনি হ’ব ভাগ্য, মনৰ ইচ্ছা পূৰণ হ’ব

জ্যোতিষৰ মতে নৱেম্বৰ মাহটো অতি বিশেষ হ’ব। এই মাহত সূৰ্য্য আৰু শুক্ৰকে ধৰি বহু বৃহৎ গ্ৰহৰ গতি সলনি হ’ব, যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত দেখা যাব।(Planet Transit November)

Shah Rukh Khan: ধূমপান ত্যাগ কৰিলে শ্বাহৰুখ খানে, জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে

ধূমপান ত্যাগ কৰিছে শ্বাহৰুখ খানে। জন্মদিনৰ দিনাই এই কথা প্ৰকাশ কৰে বলীউড ছুপাৰষ্টাৰগৰাকীয়ে। ২ নৱেম্বৰত ৫৯ বছৰ বয়সত ভৰি দিলে কিং খানে। (Shah Rukh Khan)

Popular