Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
হাতীশিলা Eco-sensitive Zoneত বৃহৎ হোটেল নিৰ্মাণক লৈ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ
তেজপুৰৰ হলেশ্বৰত বাইকসহ উদ্ধাৰ দুই যুৱকৰ মৃতদেহ
ৰাজকীয় আদৰণি নৰ’ৱে দলটোকঃ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই অহাৰ পিছতো আদৰণি দলটোক
PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 31, 2024
ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।
Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।
Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।
Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।
Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।
1
...
839
840
841
...
2,473
Page 840 of 2,473
Popular
গ্লাছগো কমনৱেলথ গেমছলৈ অসমৰ চাৰি ক্ৰীড়াবিদৰ যোগ্যতা অৰ্জন , গৌৰৱান্বিত অসম ।Glasgow 2026 Commonwealth Games
দৈনন্দিন বাৰ্তা
-
July 15, 2026