মুখ্য-পৃষ্ঠা

মালাধৰা  ৰংছাইত ৰাভা হাছঙৰ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ 19 নং দ'দান পৰিষদীয় সমষ্টিৰ অন্তর্গত মালাধৰা আৰু ৰংছাইত 25 এপ্ৰিল তাৰিখে একেদিনাই পৰিষদৰ  বিত্তীয় অনুদানেৰে নির্মিত  আৰু  নির্মান...

মাজবাটত ব্লাড কেঞ্চাৰত আক্ৰান্ত ১৩ বছৰীয়া কিশোৰী

ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গতধনশ্ৰীঘাটৰ ভালুকমাৰীৰ  দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দেৱৰাজ ছেত্ৰীৰ  জ্যেষ্ঠ  কন্যা দীক্ষা ছেত্ৰী নামৰ  ১৩ বছৰীয়া ছাত্ৰী গৰাকী বিগত...

বঙাইগাঁৱৰ গোলাপাৰাত ডিঙি কটা মহিলাৰ মৃতদেহ উদ্ধাৰ। অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য……

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা চতুৰ্থ খণ্ডত এগৰাকী আদহীয়া মহিলাৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নসেৰ আলীৰ...

দুলিয়াজান বিধান সভা সমষ্টিৰ এখন গাঁও,স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ দেখা নাই এই গাঁও খনে

উন্নয়নৰ ধাক ধোল বজোৱা চৰকাৰৰ এখন নগ্ন ছবি টেঙাখাতৰ গন্ধিয়া ভাজনী গাঁৱত।স্বাধীনতাৰ ৭২ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাওঁ।পথৰ দুৰৱস্থাই জলা কলা খোৱাইছে...

যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গোগামুখত ব’হাগী উৎসৱ আৰম্ভ , ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক ব্যৱস্থা

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰে গোগামুখত আৰম্ভ হৈছে সপ্তম বাৰ্ষিক বৃহত্তৰ গোগামুখ ব’হাগী উৎসৱ ৷ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গোগামুখ...

Popular