Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
হাতীশিলা Eco-sensitive Zoneত বৃহৎ হোটেল নিৰ্মাণক লৈ জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কুটুম্ব সুৰক্ষা পৰিষদৰ
তেজপুৰৰ হলেশ্বৰত বাইকসহ উদ্ধাৰ দুই যুৱকৰ মৃতদেহ
ৰাজকীয় আদৰণি নৰ’ৱে দলটোকঃ কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই অহাৰ পিছতো আদৰণি দলটোক
Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 30, 2024
দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে। উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।
Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 29, 2024
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।
AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 29, 2024
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লক্ষ্যৰে কৰ্কট ৰোগৰ চিকিৎসা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইমছ গুৱাহাটীত উন্নত স্বাস্থ্যসেৱাৰ বহুকেইটা সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)।
Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 29, 2024
হিমাচলৰ হামিৰপুৰত এনে এখন গাঁও আছে য'ত উদযাপন কৰা নহয় দীপাৱলী(Village avoids diwali celebrations) । জনবিশ্বাস অনুসৰি, বহু দশক পূৰ্বে এগৰাকী মহিলাই সতী হোৱাৰ আগতে গাঁওখনক দিছিল অভিশাপ ।
Death threat to Salman Khan: ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 29, 2024
ছলমান খানৰ লগতে বাবা ছিদ্দিকৰ পুত্ৰক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন যুৱকক নয়দাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Death threat to Salman Khan) ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত নয়দাৰ পৰা গ্ৰেপ্তাৰ এজন যুৱক)। মুম্বাই আৰক্ষীয়ে এই গ্ৰেপ্তাৰৰ কথা সদৰি কৰি জনালে- -নয়দা আৰু মুম্বাই আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে যুৱকজনক ।
1
...
842
843
844
...
2,473
Page 843 of 2,473
Popular
গ্লাছগো কমনৱেলথ গেমছলৈ অসমৰ চাৰি ক্ৰীড়াবিদৰ যোগ্যতা অৰ্জন , গৌৰৱান্বিত অসম ।Glasgow 2026 Commonwealth Games
দৈনন্দিন বাৰ্তা
-
July 15, 2026