মুখ্য-পৃষ্ঠা

Dhanteras 2024: কাইলৈ ধনতেৰাছ, ধনতেৰাছত দান কৰক এই সমূহ বস্তু

ধনতেৰাছৰ দিনা কেৱল বজাৰ কৰাই নহয় দানৰ গুৰুত্বও অতি বেছি। তেতিয়াহে দেৱী লক্ষ্মীয়ে সম্পূৰ্ণ আশীৰ্বাদ দিব।(Dhanteras 2024)

Dandruff Problem: উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে পোৱা অতি সহজ ঔষধবিধ ব্যৱহাৰ কৰক

গ্রিন টিয়ে উফিৰ সমস্যা দূৰ কৰে বুলি বহুতে নাজানে। গ্রিন টিত ভেঁকুৰ প্ৰতিৰোধী উপাদান থাকে। উফি সমস্যা শীতকাল আৰম্ভ হোৱাৰ আগতেই চুলিত উফি থিতাপি যদি লৈছে তেন্তে ঘৰৰ কিছুমান বস্তু ব্যৱহাৰ কৰক।(Dandruff Problem)

Tata-Airbus Aircraft Plant: বদোদৰাত ভাৰত আৰু স্পেইনৰ দুই মূৰব্বীৰ বিশাল ৰোড শ্ব’; দুয়ো উদ্বোধন কৰিলে এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প

গুজৰাটৰ বদোদৰা বিমানবন্দৰৰ পৰা টাটা প্লাণ্টলৈকে ভাৰত আৰু স্পেইনৰ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ । ইয়াৰ পিছতে দেশ দুখনৰ মূৰব্বী দুগৰাকীয়ে উদ্বোধন কৰিলে টাটা এয়াৰবাছৰ এচেম্বলিৰ এটা প্ৰকল্প(Tata-Airbus Aircraft Plant)।

Sakshi-Dhoni:এটা সৰু কথাত ধোনী আৰু সাক্ষীৰ মাজত তৰ্ক! কাৰণ জানিলে আপুনিও আচৰিত হ’ব

মহেন্দ্ৰ সিং ধোনীয়ে ২০০৪ চনৰ পৰা ২০১৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৫৩৮ খন খেল খেলি ৮২৯ টা উইকেট দখল কৰে। এই সময়ছোৱাত মহেন্দ্ৰ সিং ধোনীয়ে ৬৩৪টা কেচ লোৱাৰ লগতে ১৯৫টা ষ্টাম্পিং কৰে।(Sakshi-Dhoni)

Rashifal:সমাগত কালীপূজা, মা-কালীয়ে ভাগ্যৰ দুৱাৰ খুলিব এই কেইটা ৰাশিৰ

নতুন সপ্তাহত ইটোৰ পিছত সিটো উৎসৱ। ইয়াৰ সমান্তৰালকৈ গ্ৰহ-নক্ষত্ৰৰ গতিবিধিৰ বিভিন্ন পৰিৱৰ্তন ঘটিব। বহু ৰাশিৰ ভাগ্যৰ দুৱাৰ খোল খাব। (Rashifal)

Popular