মুখ্য-পৃষ্ঠা

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

Aishwarya Rai Bachchan: ৫০ বছৰতো চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন! কেনেকৈ সম্ভৱ

৫০ বছৰতো ইমান চিকচিকিয়া ছাল আৰু চুলিৰ গৰাকী ঐশ্বৰ্য ৰায় বচ্চন। কেৱল খাদ্য আৰু ছালৰ যত্ন ল'লেই নহয়, ঐশ্বৰ্যই পালন কৰে এক বিশেষ জীৱনশৈলী।(Aishwarya Rai Bachchan)

Hoolock Gibbon: অসমৰ পৰ্যটনৰ ক্ষেত্ৰ নৱ সংযোজন কাছিজানৰ হলৌ বান্দৰ

অসমৰ তিনিচুকীয়া জিলাখনক এক বাণিজ্যিক কেন্দ্ৰ হিচাপে গণ্য কৰা হয়।সমান্তৰালকৈ তিনিচুকীয়া জিলাখন প্ৰাকৃতিক, সাংস্কৃতিক, ধৰ্মীয় তথা আধ্যাত্মিক আদি বিভিন্ন দিশৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিচিত। উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়াৰ বাৰেকুৰিত দুষ্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ হলৌ বান্দৰ(Hoolock Gibbon) পোৱা যায় বুলি অসম, ভাৰতৰ লগতে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনাজাত(Dihing Patkai National Park)।

Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন

Dhanteras 2024: কাইলৈ ধনতেৰাছ, ধনতেৰাছত দান কৰক এই সমূহ বস্তু

ধনতেৰাছৰ দিনা কেৱল বজাৰ কৰাই নহয় দানৰ গুৰুত্বও অতি বেছি। তেতিয়াহে দেৱী লক্ষ্মীয়ে সম্পূৰ্ণ আশীৰ্বাদ দিব।(Dhanteras 2024)

Popular