মুখ্য-পৃষ্ঠা

Citizenship Under Assam Accord: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ ৰায়দানৰ সন্দৰ্ভত অগপৰ প্ৰতিক্ৰিয়া

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক লৈ অসম গণ পৰিষদ(Assam Gana Parishad) দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে(Citizenship Under Assam Accord) ।

Railways ticket booking: ৰে’ল বিভাগে সলনি কৰিলে টিকট বুকিঙৰ নিয়ম; এতিয়াৰ পৰা আপুনি ৪ মাহ আগৰ পৰাই টিকট বুকিঙৰ বাবে কৰিব নালাগে চিন্তা

ভাৰতীয় ৰেলৱেই সলনি কৰিলে টিকট বুকিং কৰাৰ নিয়ম (Indian Railways Ticket Booking Rules Change)। এতিয়াৰ পৰা যাত্ৰীসকলে ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰিব লাগিব।

Female Army Captain Dies by Suicide: স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি পত্নীয়েও কৰিলে আত্মহত্যা

সেনাৰ এগৰাকী মহিলা কেপ্টেইনে ৰাজধানী দিল্লীস্থিত সেনাৰ এটা গেষ্ট হাউচত কৰিলে আত্মহত্যা(Female Army Captain Dies by Suicide) । জানিব পৰা অনুসৰি, স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰে ।

NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান’৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় ।(NRC Base Year)

Foreigners’ identification in Assam: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান(Foreigners' identification in Assam) । ১৯৫১ নহয়, ১৯৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ৷

Popular