মুখ্য-পৃষ্ঠা

মথুৰাপুৰ কৃষিপাম গাঁৱত জয়া স্মৃতি দিৱস উদযাপন

জয়মতী জীৱনী ভিত্তিক নাট মঞ্চস্থ দিলীপ হাজৰিকা মথুৰাপুৰ ১০১ নং গ্ৰান্ট নামনি কৃষিপাম গাঁৱত মহাসতী জয়মতী স্মৃতি দিৱসটি ২৮ মাৰ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ

কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেৱাইএমে কয় যে বিজেপিয়ে তেওঁক হত্যা কৰিব বিচাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত বুধবাৰে প্ৰতিবাদকাৰীসকলে ঘেৰি...

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত দেহকলৈ গৌৰীপুৰত চাঞ্চল্য

ৰেল লাইনৰ কাষত পৰি থকা এটা মৃত্যুদেহক লৈ গৌৰীপুৰৰ আলমগঞ্জত এক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ নৱম...

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত মাটিফাটা অঞ্চল ।

পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে মাটিফাটা অঞ্চল । ধোৱা চাঙত পৰিণত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিশ্ৰুতি ।কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ । খৰালিতো পুনৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লৈছে ভয়ংকৰ ৰূপ । নিদ্ৰা হৰণ কৰিছে মাটিফাটা অঞ্চলবাসীৰ। এই দৃশ্য দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা অঞ্চলৰ । পুনৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাত শংকিত হৈ পৰিছে ৰাইজ । উল্লেখ্য যে, বিগত বৰ্ষৰ পৰা গৰাহনীয়াই ভয়াবহ ৰূপ লোৱাত নদীৰ বুকুত জাহ গৈছে বহুলোকৰ ঘৰ- বাৰী । কাঢ়ি নিছে অজস্ৰ জনৰ বুকু ভৰা সপোন । নদীৰ গৰ্ভত...

নাগালেণ্ড চেকগেটত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানা  এলেকাত এইবাৰ খুচুৰা ব্যৱসায়ীৰ ৰূপত সুৰা ব্যৱসায়ীয়ে চলাইছে অবাধ বেহা। বিশেষ সূত্ৰে জানিব...

Popular