মুখ্য-পৃষ্ঠা

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President) । গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে(PM Modi US visit)।

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

AAP to fight elections"ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ'ব কোৱাৰ্টাৰ ফাইনেল। কেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে - ৰাজেশ শৰ্মা

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে।

Chia Seeds: বেছিভাগ মানুহেই চিয়া বীজ খোৱাৰ সঠিক সময় নাজানে! কেতিয়া চিয়া বীজ খাব

নিয়মিত চিয়া বীজ খালে ওজন নিয়ন্ত্ৰণৰ লগতে হজম শক্তি, হৃদযন্ত্ৰ আৰু হাড়ৰ উন্নতিত অতি সহায়ক বুলি প্ৰমাণিত হয়।(Chia Seeds)

Popular