মুখ্য-পৃষ্ঠা

Delhi New CM Atishi Marlena:আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব আতিশী মাৰ্লেনাই। আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী

আজি বিয়লি ৪:৩০ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই। ১৭ ছেপ্টেম্বৰত কেজৰিৱালৰ উত্তৰাধিকাৰী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হৈছিল কলকাজী সমষ্টিক প্ৰতিনিধিত্ব কৰা আতিশী।(Delhi New CM Atishi Marlena)

Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন

জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্ত্তি স্থলীত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ( Manabendra Dev Ray IPR Director, Assam) কৰি তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ে( Manabendra Dev Ray) বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পীজনক স্মৰণ কৰি ভাষণ প্ৰসঙ্গত সঞ্চালকগৰাকীয়ে কয় যে - (Jayanta Hazarika) শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন শিল্পী জয়ন্ত হাজৰিকাক সঙ্গীতে সদায় সকলোৰে হৃদয়ত জীয়াই ৰাখিব। Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন

Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি

Online Trading:জিংকিয়ে ক’লে, “চুমী-বিশালৰ ট্ৰেডিং কেলেংকাৰীত মই জড়িত নহয়। সেইকাৰণে নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হাজিৰ হৈছিলোঁ। আজি মোৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলো। যিমানখিনি সহযোগিতা মোৰ ফালৰ পৰা লাগে মই কৰিম।”

Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব

লখিমপুৰ জিলাৰ ঘুণাসূঁতিস্থিত  ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত লখিমপুৰ জিলাৰ   ২০১ টা  বাঃতাক কৗবাঙৰ ১০  সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷ সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ আমাৰ প্ৰাপ্য অবিহনে আমাৰ আন্দোলন স্তব্ধ নহয়

Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ

(Smart meters)বিভিন্ন দল-সংগঠনে শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰে । অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে

Popular