মুখ্য-পৃষ্ঠা

MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয়  সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !

MISING AUTONOMOUS COUNCIL: অসমৰ দ্বিতীয় বৃহৎ জনজাতি  মিচিংসকলৰ লগতে মিচিং অধ্যুষিত  অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক'লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে  মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷   ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত  আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো,  গোৰ্খা  প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত  নির্বাচনত অংশগ্ৰহণ কৰি   পৰিষদৰ নেতৃত্ব লৈ  গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।

Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !

Cyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।

Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

মঞ্চখনেই মন্দিৰ, অৰিজিতে ক'লে দৰ্শকক! আনহাতে দৰ্শকৰ অৰিজিতলৈ প্ৰশ্ন, আপুনি কিয় ভৰিত জোতা পিন্ধিছে।(Arijit Singh)

Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়

৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল'ব অৰুণোদয় ৩.০ আঁচনিয়ে। অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন। (arunodoi 3.0)

Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ

তিৰুপতি মন্দিৰৰ প্ৰসাদৰ লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি এগৰাকী মুখ্যমন্ত্ৰীৰ অভিযোগ! তিৰুপতিৰ ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে এটা বিশেষ ‘শ্ৰীবৰী লাড়ু’ ব্যৱহাৰ কৰা হয়। এই লাড়ুক লৈ এইবাৰ বিতৰ্ক।(Animal Fat Used In Laddu Prasadam)

Popular