Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
উজনিৰ বানঃ তিনিখন জিলাত ২৮,৪১৮ পশুধনৰ চিকিৎসা, ৭২৫টাৰ মৃত্যু — মন্ত্ৰী নীলিমা দেৱী ।Assam floods
বানপীড়িত জিলাসমূহত সাহায্য সামগ্ৰী বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সন্দৰ্ভত পৰ্যালোচনা বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ
সোণম ৰঘুবংশীৰ জামিন বাতিল উচ্চতম ন্যায়ালয়ৰঃ তিনি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণৰ নিৰ্দেশ
Atishi Marlena Speech: দিল্লীৰ মুখ্যমন্ত্ৰী হৈ প্ৰথমে কি ক’লে আতিশী মাৰ্লেনাই
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 18, 2024
দিল্লীৰ মনোনীত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই তেওঁক অভিনন্দন বা মালা নিপিন্ধাবলৈ ৰাইজক আহ্বান জনাইছে। আনহাতে কেজৰিৱালৰ পদত্যাগৰ বাবে দুখী দিল্লীৰ জনসাধাৰণ।(Delhi New CM Atishi marlena 1st Speech)
Dhing Minor Rape Case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ প্ৰতিক্ৰিয়া
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 18, 2024
ধিঙৰ এগৰাকী কিশোৰীৰ লগত হোৱা ধৰ্ষণকাণ্ডৰ(Dhing Minor Rape Case) অভিযুক্ত তফাজ্জুল হুছেইনৰ মৃত্যুক লৈ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ(Opposition Leader Debabrata Saikia) প্ৰতিক্ৰিয়া প্ৰকাশ। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা এই ধিং কাণ্ডৰ অন্যতম অভিযুক্ত বুলি উল্লেখ কৰি প্ৰচাৰ কৰা ফটোখনত থকা যুৱকজন তফাজ্জুলৰ নহয় বুলি পিতৃয়ে দাবী কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত কয় শইকীয়াই ।
Delhi CM: অৰবিন্দ কেজৰিৱালে কিয় আতিশীক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
September 17, 2024
দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী এতিয়া দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব। আজি তেওঁ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয়। অৱশ্যে এই সিদ্ধান্তত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আতিশী। ২০১৩ চনত আম আদমী পাৰ্টিয়ে যেতিয়া প্ৰথম ইস্তাহাৰৰ খচৰা প্ৰকাশ কৰিছিল, তেতিয়া আতিশিকো তাত স্থান দিয়া হৈছিল।(why Arvind Kejriwal picks Atishi as new Delhi CM)
Gauhati HC on Dhing rape case: ধিং কাণ্ডৰ অভিযুক্ত তফাজ্জুলৰ মৃত্যুক লৈ ন্যায়ালয়ৰ কঠোৰ স্থিতি; চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ
অসম
দৈনন্দিন বাৰ্তা
-
September 17, 2024
ধিঙৰ ধৰ্ষণকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মৃত্যু বৰণ কৰা তফাজ্জুলক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়(Gauhati HC on Dhing rape case) ৷ মৃত তফাজ্জুলৰ মৰণোত্তৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি গ্ৰেপ্তাৰ সন্দৰ্ভত সকলো নথি-পত্ৰ ন্যায়ালয়ত দাখিল কৰাৰ নিৰ্দেশ ।
PM Narendra Modi birthday 2024: আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন
অসম
দৈনন্দিন বাৰ্তা
-
September 17, 2024
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৪ বছৰ সম্পূৰ্ণ কৰিলে। আনহাতে নৰেন্দ্ৰ মোদীৰ জন্মদিনত উপহাৰ নিলাম কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত আৰম্ভ হোৱা এই ই-নিলামৰ অন্ত পৰিব ২ অক্টোবৰত।(Today is prime minister Narendra Modi's birthday)
1
...
913
914
915
...
2,482
Page 914 of 2,482
Popular
উজনিৰ বানঃ তিনিখন জিলাত ২৮,৪১৮ পশুধনৰ চিকিৎসা, ৭২৫টাৰ মৃত্যু — মন্ত্ৰী নীলিমা দেৱী ।Assam floods
দৈনন্দিন বাৰ্তা
-
July 23, 2026