মুখ্য-পৃষ্ঠা

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(Arvind Kejriwal Resignation)। বিজেপিয়ে কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

দেওবাৰে অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৩১২৭ টা পদৰ বিপৰীতে ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়। ৰাজ্যৰ ২৮ খন জিলাত ২৩০৫ কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা(Assam recruitment exam)।

Side Effects Of Coconut Oil: সাৱধান! আপুনিও ছালত লগায় নেকি নাৰিকল তেল?

নাৰিকল তেলৰ বহু উপকাৰ আছে যদিও এই তেল ব্যৱহাৰ কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। নাৰিকল তেলত থকা ট্ৰেন্স ফেটৰ বাবে ছালৰ সমস্যা হ’ব পাৰে।(Side Effects Of Coconut Oil)

Arvind Kejriwal to resign as Delhi CM:পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে! কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

জনসাধাৰণৰ সিদ্ধান্তৰ পিছতহে চকীত বহিম, কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৪৮ ঘণ্টাৰ ভিতৰত হয়টো ত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পদ।(Arvind Kejriwal to resign as Delhi Chief Minister)

Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) তিহাৰ জেইলৰ পৰা মুক্তি পোৱাৰ পিছতে দেওবাৰে উপস্থিত হয় দলৰ মুখ্য কাৰ্যালয়ত । তিহাৰ জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইয়া আছিল কাজৰিৱালৰ প্ৰথমটো দলীয় কাৰ্যালয় ভ্ৰমণ(Aam Aadmi Party)।

Popular