মুখ্য-পৃষ্ঠা

হোৱাটছএপে ভাৰতত নিষিদ্ধ কৰিছে ২৬ লাখতকৈও অধিক একাউণ্ট , টুইটাৰেও গ্ৰহণ কৰিছে ব্যৱস্থা 

তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে ছেপ্টেম্বৰত ভাৰতত ২৬.৮৫ লাখতকৈও অধিক একাউণ্ট বেন কৰিছে। ইয়াৰ ভিতৰত, ব্যৱহাৰকাৰীসকলৰ পৰা যিকোনো প্ৰতিবেদন প্ৰাপ্ত কৰাৰ আগতে ৮.৭২ লাখ একাউণ্ট...

বিবাহ বিচ্ছেদৰ পিছত মায়োচাইটিছত ভুগিছে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু! প্ৰকৃততে কি এই বিৰল শাৰীৰিক জটিলতা?

মায়োচাইটিছত ভুগি থকা সামান্থা ৰুথ প্ৰভু নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনৰ আন এটা কাৰণৰ বাবে বাতৰিলৈ আহিছে। মায়োচাইটিছ এক নিৰ্দিষ্ট...

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷

 বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল...

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ?বিশ্বকাপৰ মাজতে কিয় চৰ্চা হৈছে এই প্ৰশ্নৰ?

এইবাৰৰ টি২০ বিশ্বকাপেই শেষ বিশ্বকাপ নেকি ৰোহিট শৰ্মা আৰু বিৰাট কোহলীৰ? টীম ইণ্ডিয়াৰ দুই যুঁজাৰু শক্তিক ২০২৪ চনৰ টি২০ বিশ্বকাপত দেখা পোৱা নাযাব নেকি? বিশ্বকাপ আৰু...

বিয়াত বহিব জনপ্ৰিয় অভিনেত্ৰী হংসিকা ম’টৱানি। ইমানদিনে বিয়াৰ কথা গোপনে ৰখাৰ পাছত এতিয়া হংসিকাই নিজে প্ৰকাশ কৰিছে এই কথা।

বিয়াত বহিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী হংসিকা মটৱালনি। ইমানদিনে নিজৰ বিয়াৰ কথা গোপনে ৰখাৰ পাছত এতিয়া নিজে এই কথা প্ৰকাশ কৰিছে হংসিকাই। দৰাৰ নামো জানিব পৰা...

Popular